, ১৩১। লো। আহ শৰে কি মনে একে অগই আওয়াও সংসাৰ লেগু, বা শিৰিফুৰিক সাধি, মুল লতি জগত। লোভ। গছত উঠি চৰাইৰ বাহৰপৰা চৰাই-পোৱালি পা, আম কঠাল গত উঠি আম কঠাল পৰা আদি কাৰ্য্যৰ লগতে বৰষি বাই মাছ ধৰাটোও একাত মোৰ উৎসাহৰ কাম আছিল। আমাৰ পুখুৰীটোৱে মোৰ মনত সহিংস প্ৰবৃত্তিৰ উদ্ৰেক কাৰ্যত যে নধৈ সহায়তা কৰিছিল এই কথা কোৱা বাহুল্য মাখোন। কাৰণ, মাগুৰ কাৱৈ শ কালি শিঙৰা পুঠি আদি মাকে সি নিজৰ গৰ্ভত সাদৰেৰে এনেকৈ ঠাই দিছিল যে, সেইবোৰ দেখিলে মোৰ নিচিলা তামসিক প্ৰতি মানুহৰ তো কথায়েই নাই নাকি প্ৰকৃতি - হৰ অভাৱে প্ৰলোভন দোলেৰে টান লাখাই নাকিছিল। এদিন মই আমাৰ পুখুৰীত বৰষি বাই থাকোতে এবাহ পোৰাৰে এটা শল মাছ দেখিলোঁ। ৰঙচুৱা পোনাবাই একে ঠাইতে ধুপখাই এনেকৈ পানীৰ ওপৰলৈ উঠিছে আৰু তললৈ নামিছে যে, ঠিক যেন একা ৰঙা সৰি- অহ কিবা এক প্ৰকাৰে দীঘলীয়া হৈ পানীত সেইদৰে উঠা না কৰি সাতুৰিব লাগিদ্ধে। হঠাৎ সিহঁতক দেখিলে কোনোৰ মনত খেলাৰ যেন এটা ফুল। পদুম ফুলৰ ভিতৰৰ চকাৰ চাৰিউ কাণৰ পাপৰিবোৰে চলিবৰ মালতি সেইদৰে চলা-ফুৰা কৰিব লাগিছে। কোন এক দৃষ্টিৰে চাই থাকি কেবিতে। যে পোনাবাহৰ তলতে সাংসল আক শ মাছটোৱে সতৰ্ক ভাৱে থাকি সিহঁতক ৰখি চলাই চৰাই লৈ ফুৰিছে আৰু পোৰাবোৰে মাতৃ মেহ-সত আপ্লত হৈ আনন্দত নাচি নাচি ওপৰৰপৰা তললৈ গৈ মাকৰ ওচৰ পাইছে আৰু চঞ্চল স্বভাৱৰ গুণে ততালিতে তলৰপৰা শচি নাচি ওপৰলৈ উঠিছে। সেই স্বৰ্গীয় দৃশ্য দেৱতাৰহে উপভোগ্য, লুভীয়া মানুহৰ ।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৭
অৱয়ব