চ, ১৮৩২। আসামৰ কলিতা জাতি। ১৮ মান ঋষিয়ে ব্যাসদেৱৰ সোত তেখেতে কয় যে তেওঁ সেই বিষয়ে মিমান ভয় নহয়, আৰু মহামুনি পৰশক সুধিবলৈ কয়। তোণ্ডা ব্যাসদেশে সৈতে কাল কেন কষিয়েও পাণৰৰ ওচৰলৈ গ'গোখা বিয়াৰ বিষয়ে ওপৰোক্ত শ্লোবটি পৰণৰে আবৃতি কৰে। গতিকে বিধৱা বিয়াৰ দ্বাৰাই জাৰি কলিতা অতি কৃতিত্ব লোপ পোৱা বুলি কব নোৱাৰে। কিয়নো, বি কাম শানুমোদিত তাক আমি হাজাৰ মুখে কগেও সি গ্ৰন্থি নহয়। মে পণ্ডিতে অনুমান কৰে যে এই শ্লোকৰ অৰ্থ অনুসাৰে বিধৱাৰ বিয়া মুখায়, আৰুত্তা থাৰ বিয়াৰ বিষয় হে বুজা। কিন্তু বাস্তবিকপক্ষে তেওঁলেকে যদি এই বিষয় লৈ আন অন শাক্ত পণু পুৰূপে আলোচনা কৰে তেতিয়া দেখিবলৈ পাব যে এই শ্লোকটিৰ দ্বাৰা বিধৱা ৰ পুনৰ বিবাহ বিষয় হে অৰ্থ কৰিছে। তৃতীয়তে সংস্কাৰহীন হোৱা কিছুমান কলিতাই উপনয়নাদি কাকলি নকৰে। এই এই বিষয়েও শালোচনা কৰিলে দেখা যায় যে 'শ্ৰেয়া শ্ৰেয়ী জাতি গচ্ছতাসধা, যুগাং। শূদ্ৰে ব্ৰাহ্মণতামেতি ব্ৰাক্ষণশৈতি শুতাম। মনু সংহিতা, অৰ্থাৎ সাত যুগ অতীত হলে হে শুদ্ৰ ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ শূদ্ৰ হব পাৰে। গতিকে এই অলপ দিন সংৰ নোৱা যৰে কলিত্যবিলাকৰ প্ৰিয়ত্ব লোপ হোৱা নাই। এই বিষয় লৈ আকৌ মাননীয় অযুত কীৰ্তিচন্দ্ৰ গোস্বামী বিদ্যাভূষণ ডাঙৰীয়াই কৈছে- শনৗকন্তু ক্ৰিন্থ লোপাশি শ্ৰিয় হয়। ৰুষত্বং গত লোকে নেন। অৰ্থাঃ অনেক পুৰুষৰ পূৰ্বেই ক্ষত্ৰিয়াচিত কাৰ্য আৰু ৰীতি নীতি লোপ হোৱা বাবে ক্ষয়িত্ব থাকিব নোৱাৰে। কিন্তু ওপৰোক্ত হই শাৰীৰ লগত আৰু দুই শৰী যোগ দি দেখা যাও- পৌফান্দো জাৰিড়া কালো বা শকা পাৰ পৰাশীনা চিন্তা না থণা। অৰ্থাৎ কি সফল কম্ৰিয় ওপৰোক্ত দোতলত্ব প্ৰাপ্ত হৈলি সেইসকলৰ নাম যথা পৌ, ও, দ্ৰাবি, বল, শক, গাৰ, পৰ, চী, কিত, মৰ আৰু ৰ। গতিতে আমাৰ কলিয়াতি কলি দেখেন তাৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৩৯
অৱয়ব