পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ বহী। [২ বাৰ, ৫ম সংখ্যা। কৰে। বিশেষকৈ ৰহাই ফৰৰ গান নাই। কিয়নো, মাননীয় প্ৰযুৎ কীৰ্তি গোস্বামী বিদ্যাভূষণ আৰু প্ৰযু নিৰাম গন্তু প্ৰভৃতি প্ৰতিবাদকাৰী ডাঃ- ৰীয়াসকলে লি জাতি ক্ষত্ৰিয় বুলি ধীকাৰ কৰিছে। কেৱল তেওঁবিলাকে সামাজিক আচাৰ ব্যৱহাৰ আৰু বেহা ব্যবসায় লৈ হে ক্ষয়িত্ব লোপ পোৱা বুলি কৈছে। আৰু এভিয়া দেখা যাওক কলিতা জাতিৰ গে ক্ষয়িত্ব লোপ পালে নে নাই। প্ৰথমতে, বহুত কলিতাই হাল ৰা এইবাৰে বহুতে তেওঁবিলাকক হীন বিবেচনা কৰে। এতিয়া দেখা যাওক যদি ফলিতবিলাক ক্ষত্ৰিয় হয়। তেনেহলে ক্ষত্মিবিলাকে হাল যাব পায় নে নাপায়! যদি নাপাই তেওঁ জিলাকে হল বোৱা বাবে অৱশ্যে শত্ৰত্ব প্ৰাপ্ত হৈছে। শ্ৰিয়ই হাল বোৰা সঙ্গন্ধে মনুসংহিতাত কৈছে "ীবেনেতেন বা সনোপ্যলয় গতঃ! ন বেং আয়সী বৃত্তিমস্তিঙ্কেত কমিচিং। মনুসংহিতা। অৰ্থাৎ ক্ষত্ৰিয়ই ব্যৱসায়ত পৰিাৰ পালন কৰিব নোৱাৰিলে আপদকালন্ত ব্ৰাহ্মণে যি ব্যৱসায় আশ্ৰয় কৰি চলিব সেই ব্যৱসায় গ্ৰহণ কৰিৰ। এতিয়া দেখা যাওক অপদ কালত ব্ৰাহ্মণে কি বৃত্তি অৱলন কৰিব পাৰে। এই বিষয় মনুসংহিতাত কৈছে টাভ্যাসপ্য জীবং কথং ম্যাজিতি চেৰে। কৃষি গোক্ষস্থায় জীবে দ্বৈীষিকাৰ।” মনুসংহিতা। আৰ্থং অন উপায়ে ব্ৰাহ্মণে জীবিকা নিৰ্বাহ ফৰিব নোৱাৰিলে কৃষি আৰু গৰু জাদি পুহি ও জীবিকা নিৰ্বাহ কৰিব পাৰে। গঞ্চিকে বিপদৰ সময়ত শ্ৰিয়ই কৃষিকাৰ্য কৰি জীবিকা নিবাহ কৰি অহা ৰাৰে তেওঁধিল পতিত হোৱা নাই, ক্ষত্ৰিয় হৈয়ে ৰছে। | দ্বিতীয়তে, বহুত কলিতাই বিধৱা বিয়া কৰায়। এই বিয়া লৈ কলিতা এশ্ৰিয়বিক গতিই হল নে নাই। হিন্দুধৰ্থ শাকা মহামুনি পৰাশৰে লিখি গৈছে- “নই মৃতে গলিতে ৰেচ পন্তিতে পতে। | পঞ্চাস্থ্য নাৰীৰ পাৰণো বিৰীয়তে।”, এই স্বামী মনে হলে, মৰিলে, হতে, সংসাৰ ত্যাগ দিলে এ পতিত হলে তিনি পুল িযে টি। নিল। আটৰ ব্যৱহাৰ আৰু কৰ্ম্ম কি ৰাৰ হোৱা গন্তু এই বিষয়ে কোন