. তা। , শী। তাৰ তো নয়। আজিকালি পৃথিবীৰ ভিতৰত সকলো অবাতকৈ উন্নত ভাষা ইংৰাজী ভাষান্ত কত যে শব্দ সোয়ই তাক কী কৰিছে ভাৰ অন্ত নাই। কি সেইবাৰ অনাবশ্যকত আৰু অৰ্ধাৰ বাৰে লোৱা হোৱা নাই, নাইবা ইংৰাজী ভাষাৰ অনিষ্ট সাধন কৰিবৰ মনেৰে পাৰ ৰলেৰে সেইবোৰ সত প্ৰবেশ কৰা নাই দেখি অনধিকাৰ প্ৰবেশ দোষত সিত অগীয় নয়। সেইবোৰ মিচাই" অৰ্থাৎ বৰুৱা হৈহে ইং ভাৰাত সোমাইছে। সিহঁতে থাকিবলৈ ইংৰাজী ভাষাৰ দেশত “মা” অৰ্থাৎ ব্যাকৰণৰ 'বী টি একেকা পাইছে, “স্পেলিং, অৰ্থাৎ এ- বিকাশৰ কাপোৰ একোডোখৰ পিন্ধিবলৈ পাইছে, আৰু সকলো বিষয়তে সেইবোৰে ইংৰাজী সাৰ পাৰ ভোগ দখল কৰিবলৈ পাইছে। ফলত সিহত ৰাই ইংৰাজী ভাষৰ সম্পগ বাঢ়িছে, টুটা নাই। | অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতি নহল বুলি মাখোন আমি বহি থাকিলে আমাৰ বোৰতহে কাল যাব। দিনৌ নোবাৰে। যদি কম পক্ষেও সপ্তাহ ভিতৰত দুদিন দুটাকৈও অসমীয়া ভাষাত ৰচনা লেগে, অসমীয়া ভাষাৰ চৰ্চা কৰে, তেন্তে এবছৰত আমি নিখৰ আৰু আমাৰ ভাষাৰ সম্পদ বা কিমান কাৰ কৰিব পাৰে এবাৰ গৰি চাওক। যদি বিদেশী ইংৰাজী ভাষা পঢ়ি শিকি চৰ্চা কৰি আমি ওকে তাক লেখিব পঢ়িব পাৰে, তাৰপৰা আমাৰ মনৰ নৈতিক বা উপক, চৰিত্ৰ বলৰ সজুলি সংগ্ৰহ কৰিব পাৰো, আৰু তাৰ কাৰাই আৰাৰ উপাৰ্জিত ও চিন্তাবোৰ যুৱশাকৈ প্ৰকাশ কৰিব পাৰে তেন্তে নো আমাৰ চাৰি ভাগৰ এভাগ সময় আৰু স্ব মাতৃভাষাত গালে কি মাতৃভাষাৰ তাৰ আৰু লগতে আমাৰ ভাল কৰিব নোৱাৰিম? মি পাইপজি আমাৰ শত মাতৃৰ উতি কৰিবৰ ৰ পৰিৰে বলি ৰা আৱশ্যক। আমে কত, এই শোৱাৰো, এনেটো ভাব এলেহুৱাৰ হে নিজ সম্পত্তি, উদ্যোগীক এলেই তাৰ ভাগ যাচিলে উদ্যোগী পুৰুষ সেই ভাগ ভৰিৰে ঠেনি ডি বিণকৈহে এৰিব। মাতৃভাষা না বক্তৃতা কি লেখা আৰিত নিৰ ইচ্ছাৰ, গতি মানি চলা উচিত। এনে যুগ শেখি যা আৰ্কিছে আন এনে কবিতা লেখি যাতি লভিছে তৃতীয় নে নাই লেখি গ পাইছে বুলিয়েই
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬০
অৱয়ব