আশে, ১৮১সায়া ভাষাৰ সপর্কে আবাৰচেৰেক কথা ২১ ভাবা তাে সিদিনাৰ ভাষা। কিন্তু ইংৰাজী শিক্ষিত যশীলেখক সকলৰ ত সি ফোলাফোলে কেনেকৈ আগ বাঢ়িব লাগিয়ে ও চোন। ঘৰৰ যিলৰ কথাকে মক, বচিত্র চট্টোপাধ্যায়ৰ আগেয়ে বলা বা বিদ্যাসাগৰী বা আৰু "শালে বৰেৰ দুলাল” শাৰ মাজৰ এ অপৰূপ অন্যাতহে এৰি আছিল। কিন্তু মানুষ হিতৈষী নতুন সম্প্রদায়ৰ ৰণালী লেখকসকলৰ যত এই অলপ কালৰ ভিতৰতে তাৰ কি আচৰিত উন্নতি হৈছে সকলােৱে দেখিছে। আমাৰো মপি শিক্ষিত ডেকা সকলে লোক ইহি ঠাট। বিপ আদিলৈ কাশ নকৰি ৰাইকৈ নিজৰ পৰম শক এলাহ দলিয়াই পেলাই এন পুতি প্রাণ টাকি আৰু গুণ নাহি আগত ধৰি মাতৃভাষাৰ উন্নতি কামনা কৰি কাৰ্য কৰি যায়, তেন্তে মােৰ ডাঠ বিশ্বাস যে অলপ কালৰ ভিতৰতে আমাৰ অসমীয়া ভাষাই ঘৰতীয় ওখ তা- বিলাকৰ শাৰী সগৰে সগৌৰৰে পুৰাব পাৰি। কাৰণ অসমীয়া ভাৰ ভিতৰুৱা অৱস্থাৰৰ চহকী। ভাষাৰ আলােচনা কৰা মানে কিছুমান শব্দ বা কথা যেনেতেনেকৈ গুঠি একে লগ কৰি এটা বাক্য বা বচন সাজি উলিৱ নহয়। মনৰ ম আৰু পুৰণি ভাব সুৱৰাকৈ প্ৰকাশ কৰিবলৈ শব্দ যেটাই বাক্য ৰচুনা কৰি তাত প্রাণ প্রতিষ্ঠা কৰাটোৰ। ভাবৰ সৈতে ভাষাই সমানে তাল ধৰি যাৰ নােৱাৰিলে সি বিফল। | ইংৰাজী ভাষাৰ দুৱাৰ আমালৈ মুকলি হৈ পৰিলত আমি ৰাহুতে পৃথিবী জ্ঞান-তৰালৰ নানান ভাব, অসংখ্য চিন্তা, অলেখ নতুন গবেষণা ঢুকি পােরা হলো। আমি সেইৰােৰ আমাৰ ভাষাত নিজৰ কৰি লৈ প্ৰকাশ কৰি অসমীয়া সর্বসাধাৰণেও হাতে কি পােৱা কৰি দিব শিব, নতুবা আমাৰ কৰ্তব্যৰ টা । গান, জ্ঞান, আমান শাগে, আৰু সেই গান আমি পৰক বিলাব পাৰিব লাগে। কান চর্জা আৰু ৰ ৰিণ অতি পবিত্র কাৰ্য। অহি জানেন সশং পবিত্রমিং বিজতে।” | কোনােটো ভাব কোনােটো চিন্তা আমাৰ ভাষাৰ পৰেৰে প্ৰকাশ কৰিব নােৱাৰিলে, সহজে বুজা বিদেশী ভাষাৰ শব্দ নাৰ কৈ আনি সেই কাৰ্য্যৰ নিমিতে তাৰ সহায় গলে আৰাৰ অল আহিৰে অমল হয়, আৰু
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৯
অৱয়ব