পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাস, ১৮৩২] মণিপুৰ যাত্ৰ।। ১০৭ যেৰ লৈছে। আমি অলপ পৰ পাছ পৰি নামি গলে আৰু খাকাছি মোক টিকিট খোজা মই মোৰ টিকিট জাহাজত আছে বুলি উতৰ মিলে সৌভাগ্যক্ৰমে খালাচিয়েও এই কথাতে মোক আটক নকৰি ৰাট এৰি দিলে। মই পাৰলৈ উঠিলোঁ। মই চিখাচিবি টিকিট নাই” বুলি কোৱাহেঁতেল অৱশ্যে এটা গোলমাল লাগিহেঁতেন। প্ৰথমতে মই এনে কৰি বুলিয়েই ভাবিছিলোঁ; কিন্তু শেহত সাক্ষাৎ মি নোকোৱাকৈ গোলমাল হাত সাৰিব পাৰিলে সৰা ভাল বুলি বিবেচনা হৈছিল। সেইবাৰে, আৰু যাৰ ওপৰত খং উঠি থকা বাবে হে মোৰ টিকিট পাহাত আছে” বুলি মই উত্তৰ দিছিলে। কিন্তু মই যি ভাষত কথাষাৰ বৈছিলে, আলাফিয়ে হয়তো সেইটো নুবুজি জইন কমে বুজিছিল আৰু সেইবাবে বাট এৰি দিছিল। যেই হক এই ঘটনাটোত মই নিজৰ চকুত নিজে বহু হীৰ যেন হলে; আৰু সেইবাবে ভ্ৰমণৰ আনন্দ কিছু পৰলৈ যত কমি পল। কিন্তু জাহাজৰ বাবুজনৰ অভদ্ৰাৰ এক ৰমে প্ৰতিশোধ লৰ পৰা কৰে যে অলপ ভাল নোগিল সেইটাও নহয়। | আমি পাৰত উঠি শুকান ইকৰা, খাগৰি গোটাই গৰাৰ কাণত চাই বহুষিক দিহোহা কৰিবলৈ ধৰি। এনেতে জাহাজৰ সেই বাবুনে ফেটৰ মুখলৈ আহি মোৰ ফললৈ চাই মাত লগালে “কিমশায়, কোম্পানীৰ ৰাৰ গণ্ডা পয়সা ও শেৰে নিলেন। আমি বলছিলাম না কেউই কিছু বলবে না? তেওঁ এই কথা কৈয়েই গত নিকটাবলৈ ধৰিলে। তেওঁৰ কথাষাৰ মোৰ বৰ অপমানজনক বুলি বোধ হল। মই একো উত্তৰ নিন্সিলে। ইয়াৰ অলপ পৰৰ পাছতে জাহাজ এৰি দিলে। তাৰ লগে লগে বলুনও চকুৰ আৰ হল। | এইটো আজি ভালেমান দিনৰ কথা। এই সময়ৰ জিৰ সংসাৰৰ অৱস্থাত পৰি লালা হেচা ঠেলা খাই নথৈ থৈকেটাখোৱা হলে আৰু মোৰ মনও ভালেমান পৰিবৰ্ত্তন ঘটিছে। কিন্তু বাবুজনে শেহত কোৱা সেই কি মশায়, কোম্পানীৰ বাৰ গণ্ডা পয়সা ও মেনে নিলেন” কথাষাৰ এতিও কেতিয়াৰ কেতিয়াবা মনত পৰিলে বাবুনৰ ফালে অলপ অক্ষাৰ তাৰ নকৈ নেথাকে। ইয়াছে কোৱা উচিত যে এই টিঙিৰি নে মৰোঁতেই জুই-উঠা বাবুন নিচেই চেঙেলীয়া ডেকা নাছিল। তেওঁৰ পাটি-চুলি পৰুি বগা গণীৰ