বাঁহী। ( ২ বছৰ, ৪ৰ্থ সংখ্যা, আহি; কাৰ্য বাৰান্ত প্ৰমাণ দেখুৰাত তুলে সন্তোষ লাক্ত কৰি কলি সহ।শয়ক মতাই অনি ভোজলাকে বসন ভূষণ কি কি প্ৰণাম কৰিণত কলি মহাশয়ে পুৱ বিজয় পতি হব বুলি আশীৰ্বাদ কৰিলে। পুত্ৰৰ গুণ দেখি পিতামাতাৰ মনত বৰ আহাদ হল। পঢ়াশালিত শিক্ষাৰ সময় ৰামৰা গুৰুৱে আছিল, দুইজনে একৰে পঢ়ি আহিছে। পাঠশালাত পঢ়োতে গুৰৰ মুখে যোগবিদ্যাও অভ্যাস কৰিছিল। একদিন যোগাসনত বহি কুক যোগ অভ্যাস কত দেহৰি গহনাদি ছিগি গৈছে, বামহাতৰ বৃদ্ধ অলি আটাত দি ভৰ
িথিয় হোৱাত পা ওপৰলৈ উঠা দেখি পৰিদৰ্শক লোকসকল আচৰিত হৈছিল।
ঈশ্বৰৰ প্ৰকৃত নাম ধৰি ডাকিবলৈ মনত খোকোজ লগা গতিকে সকলোৱে ডেকাগিৰী বুলি সম্বোধন কৰে। প; মণিপুৰ যাত্ৰা। বাবুঞ্জনৰ খং উঠিবৰ কাৰণ মই একোকে বিচাৰি লেপাই অলপ আচৰিত চলে? আৰু “Every jackal is the master of its own bush এই কথাফাকিলৈ মোৰ মনত পৰিল। সেই খঙৰ কাৰণ তেতিয়া বুজিব পৰা নাছিলোঁ হয়, কিন্তু অলপ দিনৰ পাছত কোনো এজন অভিজ্ঞ মানুহৰ লগত এই বিষয়ে আলাপ হোৱাত কাৰণ বুজিৰ পৰিছিলোঁ। সি যিহুক খাৰু জনৰ লগত মিছাতে তৰ্ক কৰা অনাবশ্যক বিবেচনা কৰি মই টিকিটখন লৈ ওপৰলৈ গুচি আহিলোঁ। আৰু তেওঁৰ উপদেশমতে ককিলামুখত বিনাটিকিটে নামি বাবলৈ ঠিক কৰি থলে। আৰু ইয়াৰ বাবে যদি কোনো গোলমাল লাগে স্তে তাৰ ফলাফল গুৰিলৈকে চাবলৈকো পেটে পেটে পাঙি থলে। পাছ দিনা ৰাতিপুৱা হা গৈ ককিমুথ পালত দেখা গল যে যেই টও কোনো “বু টিকিট কালেক্ট উপস্থিত নাই। কেইটামান খালাচিয়ে বাট জেটি আছে আৰু তাৰে এটাই নামি-যোৱা মানুহবিলাকৰপৰা টিকিট