ফাগুল, ১৮৩২] অসাম। ১২৯ কিন্তু একচৰিত্ৰ পুথিত বাৰভূয়সকলৰ উপৰি বিষয়ে আমি একা আছে। সুলনাৰায়ণ নামে ক্ষমতাপুৰৰ ৰজাৰ সৈতে ৰায়ণ নামে গৌৰৰ ৰজা এজনৰ ৰণ লাগে। যেই ৰণৰ অন্তত মেণ্ডি শান্তি স্থাপিত হল, তেতিয়া নাৰাঙ্গণে সাত ব্ৰাহ্মণ আৰু সাত কাৰ কমতে শ্বৰক দিলে। কমতে দুলমাৰায়ণে তেওঁলোকক নাড়িী - বহুদি জাতিকাষৰীয়া ঠাইত দেশ-ৰখীয়া কৰি পাতিলে। তেওঁলোকৰ ৰি কায়স্থ চণ্ডীবৰ গুণী আৰু কামিলা আছিল দেখি তেৱে তেওঁলোকৰ ভিতৰত প্ৰধান হৈছিল। পইমাগুৰিত তেওঁলোকৰ আই ঠাই আছিল, আৰু তাত তেওঁলোকে এটা বান্ধ বা মথাউৰি কৰি দিয়াত তাৰ প্ৰজা তেওঁলোকৰ প্ৰতি ঝুত হৈছিল। তাৰ পিছত ভুটীয়াৰোৰে সেই ঠাইত উপদ্ৰৱ কৰি কিছুমাল মানুহ ধৰি মিছিল; সেই মানুহবোৰৰ ভিতৰত চণ্ডীৰৰ পুতেক এজনা আছিল। চণ্ডীবৰে আন সঞ্চলেৰে সৈতে ভোটক খেদি গৈ সিহঁতে ধৰি নিয়া সেই মানুহবোৰ মোকোলাই আনে। ইয়াৰ পিছত চণ্ডীৰৰে সেই ঠাই এৰি গাৱৰ বৰদোৱা বসতি কৰে। এই চণ্ডীৰৰে আজো-আলো- নাতি শঙ্কৰৱে। দৈত্যৰিঠাকুৰে কৰা শঙ্কৰদেৱৰ জীৱনচৰিত্ৰ পুথিত আছে- লণ্ডাদেৰ নামে একজন আছিল। চীব নামে তান তনয় তৈল। চণ্ডীবৰে ৰাজ সেৱা বিস্কৰ কৰিল। দুল’ৰনাৰায়ণ দেৱীদাস নাম দিল। দেবী সে যাইল টোনি কন্ধে। বৰদোৱা নামে এমি পৰা এৰন্ধে। কৰ সেৱা দুভনাৰায়ণ নৃপতি। দাতা ভোক্তা জ্ঞাতা যীৰ গহীন গী।
হেন পণ্ডিত দেবীদাম ছিল। ৰাধৰ বামে তাল তময় তৈলস্তু। দানী মনী গুণৱন্ত শান্ত নয়। ভৈল তিনিখন জামা তাহা নয়। সূৰ্য্যৰৰ অন্য মাধৱলৈ নাম। তিনিয়ে পণ্ডিত গুণৱ অনুপাম। + সূৰ্যবৰ পুত্ৰ খৈল কুসুম নামও
সেছি বেলা কুমৰ পুত্ৰ উপজিল।