পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। (২য় মহ, সংখ্যা। ৰৰৰ পুত্ৰক ললিপ্ত। এতে শঙ্কৰবৰ নামক ধৈৰ।” কমঞ্চেগৰ দুভাৰায়ণেৰে সৈতে যুদ্ধ কৰোতা খনাৰায়ণকে গৌৰেশ্বৰ বুলি কৈছে। পুৰণি একাত কামৰূপ ৰাজ্য ভাগি গৈ একোখন সৰু সৰু ৰাজ্যত পৰিণত হলতো যেনেকৈ সেই সৰু ৰাজ্যৰোৰৰ ৰাবিলাকে প্ৰাগ- জ্যোতিষ-পৰাধিপঙি ৰা কামৰূপেশ্বৰ উপৰিৰে নিজক বিভূষিত কৰি ৰাখিছিল, পুৰণি গৌৰ ৰাম্য ভাগি গলতে৷ তাৰ সৰু সৰু ৰজাবিলাকে নিজক গৌৰেশ্বৰ উপাধিৰে বিভূষিত কৰি ৰাখিছিল। ষ্টীয় অষ্টম আৰু নৱম শতিকাত উত্তৰ বঙ্গত দুজন তেনেকুৱা সৰু ৰাই নিজক গোৰেশ্বৰ উপাধিৰে বিভূষিত কৰা পোৱা যায়। বৰ্তমান ছিলঠ ডিষ্ট্ৰিক্ট এডোখৰৰো আগৰ কালত গৌৰ নাম আছিল। সেইদেখি ধৰ্মনাৰায়ণ যে তেনেকুৱাই এজন উত্তৰ- বঙ্গৰ সৰু ৰা আছিল সেইটো সিদ্ধান্ত কৰিব পাৰি। কোচ ৰজাসকল যেতিয়া প্ৰবল হৈ উঠিল, তেওঁলোকে সোণকোহ আৰু বৰনৈৰ ভিতৰত থকা অনেক সৰু সৰু ৰজাক পৰাজ কৰি সেই ক্ষুদ্ৰ ৰাজ্য বোৰ নিজৰ ৰাজাৰ ভিতৰুৱা কৰিছিল। সেই জাবোৰক যদি ও ভূয়। বেলা গৈছিল, কিন্তু আমি ওপৰত কৈ অহা কায়স্থ ভূয়সকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক নাই। কালক্ৰমত যি প্ৰাচীন কামৰূপ ৰা ঠেক হৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম ডোখৰত মাথোন পৰিছিল গৈ, সেই কামৰূপে লাহে লাহে নাম পৰ্যন্ত সলাই কমতাপুৰ নাম লৰ গীত পৰিল গৈ। যদিও কিছু কাললৈকে কমতাপুৰ আৰু কামৰূপ দুইটা অদল-বদলকৈ ব্যৱহাৰ কৰিব পৰা হৈ আছিল কিন্তু পিছত তেনে নাথাকিল গৈ। সোকোহৰ পুৰ আৰু পশ্চিম ডোখৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ৰজাৰ অধীনলৈ আহিবলৈ ধৰিলত ক্ৰমে কমতাপুৰ আৰু কামৰূপ এই দুই নামৰ ভিতৰত কটা-vিা হল। গুৰু চৰিত্ৰত লেখা কমৰ ৰা দুৰ্গতনাৰাষণে সহ প্ৰয়োদশ শতিকাৰ শেহ ভাগত ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজ্য নিশ্চয় পিঙ্ক কম ৰজাসকলৰ ৰাজ্যতকৈ ডাঙৰ আছিল, কাৰণ তেওঁ গৌৰেখৰ খৰ্মনাৰায়ণৰপৰা পোৱা চণ্ডীবৰ আদি ফৰহণক তেওঁৰ ৰা ৰক্ষা কৰিবলৈ ব্যাক্তি-কাল নগাওঁ অঞ্চল