পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Sabo বহী। [ ২য় খহ, ৪ৰ্থ সংখ্যা। তেতিয়া সোৰণশিৰী আৰু দিচাং নৈৰ পূৰ ফালৰ ঠাইডোখৰত ৰাজত্ব কৰিছিল; আৰু তাৰ দক্ষিণ-পশ্চিম কালৰ ঠাইত যতো জাতৰ সৰু সৰু ৰজা এনচেৰেকৰ ৰাজ্য আছিল। তাৰ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফুলত কাৰী ৰাজ্য আছিল। তাৰ পশ্চিম ফালে দক্ষিণ কুলতে আৰু ছুটিয়া ৰাৰ ক্ষিণে বাৰভুয়াসকলৰ সৰু সৰু ৰাজ্য অছিল। আসমত ৰাৰভূয়। সকলৰ উৎপত্তিৰ বিষয়ে কেইবাটাও মত আছে। আহোমবিলাক আসামত সোমোৱা কালত ভূয়সকলে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ ফালে আৰ ছুটিয়া ৰাজ্যৰ পূৰত ৰাজত্ব কৰিছিল। এটা মত এই যে, আৰিমত ৰজাৰ পিছত তেওঁৰ মন্ত্ৰী সমুদ্ৰই আৰিমত্তৰ পুতেক ৰত্নসিংহক ৰাজ্যৰপৰা খেদি দি নিজে ৰাখ- পাটত উঠিছিল। আৰিমত্ত আমি ওপৰত কৈ অহা সূৰ্যবংশী ক্ষত্ৰিয় ধৰ্ম্ম- পালে সংস্থাপন কৰা ৰাজ্যৰ শেহজ। বামচন্দ্ৰৰ ৰাপৰ গৰ্ভত হোৱা পুতেক। এই আৰিমত্তই বাপেৰু ৰামচন্দ্ৰক নাজানি বধ কৰিছিল। আৰিমত্তৰ ৰাজধানী কামৰূপৰ যেত নাৰ ওচৰৰ বৈৰগৰত আছিল। কমতাপূৰৰ ৰাৰ বংশৰ ফে নামে ৰা এজনে আৰিমত্তক আক্ৰমণ কৰি প্ৰথমতে হৰি তাৰ পিছত ৰাৰিমৰ দুষ্ট। ৰাণী বহুমলাৰ সাহায্যত আৰিমত্তক বধ কৰে। কিন্তু পিছত আৰিমত্তৰ পুতেক ৰসিংহৰ হাতত ফেমুৱাই হাৰি প্ৰাণ হেৰুৱায়। এই সিংহকে তেওঁৰ বাপেকৰ কালৰ মন্ত্ৰী সমুদ্ৰই খেদাই নিজে ৰজ। হয়। সমুদ্ৰৰ পিছত পুতেক মনোহৰ ৰজা হয়। এনে প্ৰবাদ আছে যে মনোহৰৰ জীয়েক লক্ষ্মীৰ গৰ্ভত সূৰ্যৰে ঔৰষত দুটি লৰাৰ জন্ম হয়, এটি নাম সামু অলটৰ নাম সামন্ত। সামু বৈষ্ণৱ আৰু সামন্ত শক্ত হল। সামুৰে বেলেগ হৈ পৰিবাৰে গৈ নগাৰ ৰামপুৰ বোলা ঠাইত বসতি কৰিলে, আৰু সামন্ত লক্ষ্মীপুৰতে (আজিকালি স্বাক লখীমপুৰ বোলে) থাকিল। সামন্তৰ পিছত তেওঁৰ পুত্ৰসকলে তাতে ৰাজত্ব কৰি আছিল, আৰু মজাসমত ৰাজত্ব কৰি থকা কছাৰী ৰাই আৰু সদিয়াৰ ছুটিয়া ৰজাই তেওঁলোকৰ স্বাধীনতা হাত দিব নোৱাৰিছিল। কিন্তু পিছু আহোম ৰজাৰ হাত তেওঁলোকে হাৰি ৰা হেৰুৱায়। ৰাধৰ নামে সামুৰ সন্তান এনে লগাৱৰ বৰদোৱাত বসতি কৰে। এই ধৰে আমাৰ শঙ্কৰদেৱৰ পিই কুনুমবৰৰ ৰাপে।