সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাহী। [২য় , এ সংখ্যা যা উৎসাহ হৈ পৰিল। ভৈৰৰয়াস চেটেৰিয়ে আৰু তাবিৰাম বৰা এ যেনেজৰে এনেতে সুধিলে “আমি নো কি কৰিষক, আমাৰ নে Duty কি?" লোকনাথ কনে খাত দিলে "বাই আমাৰ লগতে ফুক।” এই তৈলব লক কলে "ভাই যি হয় এটা কৰ। যদি একোকে কৰিবলৈ নাপাৰ ছে।ে যাহ খা গৈ।” কোৱা বাহুল্য আখি তিনিই ঘৰে ঘৰে খাট খুলি ফুৰিছিলোঁ। হলিফাই ঘৰে ঘৰে ৰিহা মেখেলা গোটাই ফুৰিছিল। মুক্তা- নাথে কাপোৰ কিনি আনি দৰ্জি হতুৱাই সিয়াই দুখন ছিল, এখনত দুৱাৰ দুখন কি এখনত গই এডাল আকি, তৈয়াৰ কৰিলে। উপচিনখনত এটা নদী আৰু পৰ্বতৰ দৃশ্য আঁকা হল। ৪ খন উইং কিলে। আমাক লৰি-পৰি এইদৰে ফুৰা দেখি নগৰৰ তাল তন্ত্ৰ বুঢ়াভগীয়া দুই চাৰিজনমান ভাঙৰীয়াই নানা প্ৰকাৰ ইতিকিতে কৰিছিল। কৈছিল "এই তৰা কেইটাক কিহে পালে? ইহঁত বলিয়া হল নে কি?" আমাৰ হলে এই তিন দিনে ৰা নাই, বৰষু নাই, সয় নাই, অসম নাই, ভাতখাবৰ আৰিও নাই। আমি এটায়ে থিয়েটৰৰ যোগাৰ কৰাতে বলিয়া। আমি বিয়েটা দিন। ৰাতি পুৱাৰে পৰা খামাৰ পাত তত নাই। নগৰৰ ভাল মানুহ মানুহ সকলোৱে আমাৰ কাণ্ড-কাৰখানা দেখি আমাক বলিয়াত বাজে আন একো বিশেষণ দিবলৈ নেপাইছিল। দুই এজন বুঢ়াতগীয়া ডাঙৰীয়াই ইয়াকো কৈছিল “এই বান্দৰ কেইটাই কি থিয়েটৰ কৰিব!” ওৰে দিনটো ৩০ শন মাত্ৰ বন-কা কুলি হাতত লৈ আমি শপিৰি হায়; তথাপি ষ্টেলৰ নিমিঞ্চে খাট • খনৰ ৪ খন নো কমেই গোট নাখালে। শধুশ কুলি- যত পুলুক বা মাৰি পাল। আমি দুক্ষন আৰু লগৰীয়া চাৰিন মান লৈ শেহত নিজে নিশ কুলিৰ দৰে খাটো কঢ়িয়ালে। নিজে নিজে ওপৰত বাঁহ বা এ পাই চিন দুখন খাৰিলো, উইং।খন আৰু দুপচিনো ব্যাপ।। এইবিক কৰোঁতেই ৰাতি ৮ মান ৰাজিল। বজাৰপৰা ওয়েৰ হব লাগিব। ৰী পুৰ দিন থিয়েটৰ চোৱা মানুহ গৰে নধৰা হৈগে। আমাৰ কিন্তু তেতিয়ালৈকে খোৱাৰোৱাও হোৱা নাই, কানি-কাপোৰ পাৰ ইত্যাদিও না হোৱা নাই। আমি বিয়ে, ট কেমন দুখেৰে জোকে-বোনে লবেন। শিমে কৰা