মাম, ১৮] আত্মবিনোক থিয়েটৰৰ ফল। ১৯৯ পূজা পাতে আৰু তেওঁৰ চৰাঘৰটোত বছৰি চুণীয়াৰ ভাত আৰু গলে বেয়াই যাত্ৰা এপালা কৰায়। আমি সৈক এই কথা কৈ পাচছিলো। এইবাৰ আমি ডাঙৰীয়া ঘৰতে সী আৰু মাৰু বিল গেও এই কৰি ষ্টে, চিন, উপচি, পোছাক মোগাৰ কৰি দিলে বিয়েটা পাতি। তেওঁ শান্তি হয় নে নহয়।” ভৈৰবৰাসৰ পঠাই আমি লোকনাথন হতে বাট চাই আছে।। ভৈৰব পাস মাছে হে মাহে! কি বি। গধুলি পৰত তৈৰৰ দাস নাহি উপস্থিত. আমি এটায়ে বৰ হেপাহ মনেৰে তেওঁৰ মুখলৈ চাই আছে। তেওঁৰ মুখত নিৰানন্দৰ ভাৰ। সালোব তেও কি কম। তেওঁৰ কথাৰ ওপৰতে থিয়েটৰ হৰ ৰা নহ। আছেকৈ মই মাত লগালে। “কি জৈব দাস, হেম বৰুৱাক লগ পাইছিল নে।” ছৈয় মাস পাইছিলোঁ।” মই-“তেওঁ থিয়েট। কৰাব নে?” ভৈৰবস-“তে কৈছে যদি তোমালোকৰ বৰ ইচ্ছা হৈছে মোৰ এই চৰাঘৰতে কবি পাৰিহঁক।” মইষ্টে কেনেকৈ হয়?” বৈশাস -*শামি যেনেকৈ যি উপায়েৰে কৰে।?" মই-চিন দ্ৰুপচিন?” ছৈৰব–“তেওঁৰ দিবলৈ নাই, আশিষেই যেনেকৈ হক বেপাৰ কৰি নিশে হব পাৰিব।”মই “পোছাক?” ভৈৰৱাস—কোতেওঁ নিদিয়ে। ৰি হে নিব লাগিব।" এই—"তে নে তেওঁ কি কৰিব?" ভৈৰবাস—“আমি যদি পাতি থিয়েটৰ কৰিব পাৰে তেন্তে তেওঁ নিমন্ত্ৰিত ভদ্ৰলোকসকলক ৰাতি-বুঙ্গি-আদৰ কৰি বহুৱাই মেশাই থিয়েটৰ দেখুৱাৰ।" ভৈৰব দাসৰ এইবিলাক কথা শুনি মই কলে। তাইইত। পিছে এতিয়া থিয়েটৰ কেনেকৈ কৰিব?" মুক্তানাথে কলে “মোক ৰূপ ২০ টা দিৰ, মই এতিয়াই তিনি বান মাৰ্কিন কাপোৰ, অলপ চক আৰু ৰ কিনি আনে?। মই দুনিতে চিন আকিম।” শোকন ফুকন আৰু মই কলে। “আমি দুয়ো ঘৰে ঘৰে আৰি বাট বিচাৰি আনি চৰাঘৰত পতাম।” হলিকাই কলে “মই আমাৰ অসমীয়া মানুহৰ ঘৰে ঘৰে ফুৰি ৰি মেখেলা, খুনীয়া-কাপোৰ, পা শুৰি পেটাম। যাৰ যাৰ তাল খাগ কলা কোট আছে ছাইহঁত খানিবি। এই সোনোৱালি পটি কিনি মানি লগাই লগাই দিম। হোট। টক। মুঠতে যেক নে মই কেই মান পাৰি আৰু চলি কিনি আনে। গৈ। আমাৰ এইবিলাক কাটাইতে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৬৯
অৱয়ব