বাহী। ( ব, এ সংখ্যা উলিয়া নোয়াবি নে? গোলোকে কোৱাচোন সীতাহৰণ সে এ বি? তাবিৰাম বৰা-“ইহঁত। মোৰ যমেৰে হলে সীতাহ বা এ এই দুখন। এখনো ভাল নহয়। সীতাহৰ হৈছে যৰ Dult অৰ্থাৎ তাই বিশেষ ৰং থেলি বা বীৰ কথা নাই। এ তে তেনেই ফুট বি; আমাৰ অসমীয়া মানুহে তাৰ সোৱা বুজিব নোৱাৰে মোৰ মনেৰে তে এখন পৌৰাণিক নাট লেখিব লাগে, যত নওটা ৰ. শেষকৈ বীৰ- বসটো বেছিকৈ থাকে।” তেওঁৰ এই কথাত নীলকন্তু কই কলে—“তাই ত। বিৰাম বৰাৰ কথা মই নামানো। প্ৰমৰ বৰ ভাল নাট। চেক পিৰে নিচিনা কৰিৰ লেখনিৰপৰা ওলোৱা এই নাট নো কেনেকৈ নেয়া হব। তোমালোকে যদি ভ্ৰৰ নৰা তেন্তে মই এই নিয়ট পাতে আবাকে।।" তেওঁৰ এই কথাতে আমাৰ ডেকাসকল হক্কালে দুভাগ হল। কোনোৱে কয়, এই কৰিব নালাগে; কোনোৱে কয় এ মকৰিলে থিয়েটকে নকৰে।" হৰিহৰি কপাল! নো পাতেতেই দেখোন আমাৰ খিটে খায়। কি কৰিষ! কি উপায় হব! মই ভাবি চিকি লোকনাথ ফুকনৰু মোৰ কণীয়া কৰি লৈ কলে। তাইহঁত। এই এফে কাতে লাগিব নালাগে। আমি দিন দুখন খিয়েটৰ কৰিষ। এদিন ৰ এদিন এখন পৌৰাণিক নাট।” আমাৰ এই কথাত হুলস্থূখন, পদপকৈ উঠা দুইত পানী ঢালি মিশে যেনেকৈ সুমাই সেই দৰে মাল। কিন্তু এতিয়া পৌৰাণিক নাট নো কি কৰি এই বিষয়ে আকৌ আৰু এটা ইশকুল লাগিল। খই শোকনাথ ফুকন আৰু ভৈৰৱ দাস এই তিনজনে মিনিট। ল বল ফীচক খব আখ্যানটো তিনদিনৰ ভিতৰত লেখি উলিয়াই দিবলৈ পাত লৈ ইবন হল সুলৰ ৰ আৰিলো। এনেতে নৰা কটকীয়ে কৰপৰা কি মতলব কব নোৱাৰে। পেমেই যা পালে গইত। মই নিয়ে একলৈ নাট এখন দেখি না। মোন তেওঁবিলাক তিমিনে মিলি লেখা নাটখনেৰে সৈতে বিনা। যদি মোৰ খন হে ভাল হয় কেনো থাকে ৰুৰিব। পিয়াবিলকে তেওঁৰ এই কথা “” “ক” বুলি সেইজিমালৈ আমাৰ মেল ভালি। ইয়াৰ গৰি দিশৰ যুৱ পূৰ কৰা অনুসৰি শনিবাৰে গৰি বাৰেপৰা
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৬৪
অৱয়ব