আত্মবিনোক “থিয়েটৰৰ দল।” | পেয়ানগল দহজনে মিলি খামেজ প্ৰমোস কৰিবলৈ হলে তেওঁ- বিকে বৰভোজ খায়; “ল” না কৰে, “নষ্টনি”, “পল ভ্যাটি খেলে। আমাৰ বঙালী ভায়ালে পাঠা মাৰি মাটিত পাত পাৰি পেষ্ট লমাই উৰি উৰি ভোজ খোৱাৰ লগতে মিশা এটা “সখৰ থিয়েটৰ লাতে। স্কুল কলে এৰি সংসাৰত শোখোৱা অসমীয়া ডেকা সফ, ৰে। হন লগ লাগিলে থিয়েটৰ পৰাটোৱেই আজিকালি জাগে। দৌড়াদৌড়ি কৰি “ক্ৰিকেট ফুটবল টেনি"ইতাছি খেলা লৰা-ধেমালি; তা গুৰীয়াসকলে কৰাটো অযুত আৰু শাৰ কথা। ব্যঙ্গালীৰ দৰে পেট ওলমাই তে তে সমৰ অভাৱত ভুল পাত বহি, কঁহী-বাটিৰ গুৱত ফলাপাতত ভাত খাবলৈ আমি অসমীয়া ইন শা আৰু মান- সাবিহীন নহওঁ। যতে-হতে যাৰেৰে হাতে খাই ফুৰি মেলেছ হবলৈকো ইচ্ছা নকৰে।। সেইদেখি আমি অসমীয়াই কেৱল (নোখোৱা -মোৰোৱাকৈ) বিয়েটৰ পৰাটোকে ভাল ভলোক কয় যেন বিবেচনা কৰে। এই ৰীতি অনুসৰি তানিন আমিও এবাৰ এখন আত্মবিনোক (Amateur) থিয়েটৰ পাতিছিলো; কি কলে কিব, থিয়েট পাতি আমাৰ বিলাই-বিপতিৰ সীমা নোহোৱা হৈছিল। থিয়েট পত। ধাউতি গোটেইটো মোৰ। মই অহোপুৰুষাৰ্থ কৰি ঘৰে ঘৰে গৈ মাহি-বুলি পোৰ জনমান * কলেজ এৰি সংসাৰত গোমোয়া বা সোমাবলৈ দুৱাৰমুখত থিয় দিয়া নগৰীয়া ডেকা গোটাই এদিন গধুলি যে খাতে এখন চুচুৰীয়া মেল পাতি প্ৰভাৱ কৰিলে। ইহঁত। এইবাৰ আমি পূত এম তান থিয়েটা পালোইক দিয়া।” মোৰ কথাৰ উত্তৰত পোশই হলিকান্ত বৰুৱাই কলে-“খিয়েট পাতিবলৈ আমাৰ এতে নাট নো কত?” মই “কিয়? সীতাহৰণ, কষৰ আছে ময়। আট মাট নিত থিয়েটৰ নহৰ নে? জিওৰা ধৰি লোয়া ভাল মাট নাই, কিন্তু আমি যই তিনি নে লগ-লাগি দুই-তিন দিনৰ ভিতৰতে ভাল নাট এখন বেকি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৬৩
অৱয়ব