বহী।। { , ৩ সংখ্যা বুজিব পাৰি মনত ধৰ ৰং পালে। আহাৰ ওপৰত এই জয়ে সময় যাবলৈ এৰিলে। | ডিবিমুখ পালোঁহি।' মোৰ কিন্তু ইয়াত মম মহল। হে এৰি অলপ পৰ পাছতে মই জাহাজৰ টিকট- বাজনক নাশে। যে নোৰ ডিহিমুখলৈকে হে টিকিট আছিল কিন্তু মোৰ তাত না মহল। মই ককিলামুখলৈকে যাম বুলি তেওঁক কলে। আৰু ককিলামুখলৈকে মো টিকিট extension খুজিলো। জাহাজ টিকিট সম্বন্ধে এনে কৰা যাব পাৰে বুলি মোৰ আগৰেপৰা জনা আছিল। বাবুজনে কিন্তু মোৰ কথা শুমি কি বিকাই উঠি কৰে “কেন মশায়, আপনি ডিহিংসুখে এক খানা টিকিট কৰে নিলেন না। সেখানে ত অনেকক্ষণ পৰ্যন্ত জাহাজ ছিল। আপনি নেন না extension ticket issue কৰতে আমাদেৰ কতখানি কা বেড়ে যায়। এই টিকিট থানা এখন তিন খানা বইতে entry কৰতে হবে।” মই যি হবলগীয়া কল আৰু আগৈয়ে এনে বুলি জনাহেঁতেন, তিহিংসুখতে টিকিট লৈ থলেহেতেন ইত্যাদি কথা কৈ তেওঁক শত কৰিবলৈ চেষ্টা কৰিলে। তেওঁ টিকিটটো লৈ গুচি গল; ৰেলে জাহাজে ফুৰাৰ কিছুমান ফাতিফুকুতা আছে। তাক বিনে সেইয়ে হে জানে। সেইবিলাক তলানা মই ভালকৈ পোৱা নাছিল, অৰ্থাৎ দুষ্টবুদ্ধিত মই পাকৈত নাছিলো। সেই যাবে extension টিকিটখন বেগেতাই পাৰৰ নিমিতে মোৰ বৰ চিন্তা হল। সেইখি এক ঘণ্টা যান। পাছত মই তললৈ পে লাবুক টিকিটখনৰ কথা সুধিলে। তেওঁ কলে ৰ একটু পৰে আসবেন।” এই দুই তিন ঘন্টা যানৰ পাছত আকৌ এবাৰ তেওঁৰ গুৰিলৈ গলে। তেওঁ আকৌ পূৰ্বৰ অৰে উত্তৰ কৰিলে। ক্ৰমে ৰাতি ৮৯ বালি গল। কাইলৈ ৰাতিপুৱাই ককিলামুখত নাৰি লাগিব। সেইদেখি মই আকৌ এবাৰ তেওঁৰ বিলৈ পলে।। বাবুলে এইবাৰ নিৰিাই উঠি, যে পৰ্ণ ভিৰি টিকটাকে যে হাতলৈ লি খাৰি দি কলে-“এই নি, মশায়, আপনাৰ টি। আপনি কি শায়খে এমিই নেবে যাবেন। হি হি আপনাকে কেউ কি বলতে ক নান ।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৬২
অৱয়ব