বিলাতৰ কথা। ৰে চিত ( Red sea )সোলেই মানুহে পাহল জলীয়া কাৰে পিন্ধিবলৈ আৰ কৰে। ৰে চি বছৰৰ প্ৰায় সৰহ সময়তেই গম— আমাৰ ভাৰতবৰ্ষতকৈও গৰষ; কিয়নো আৰব আৰু আফ্ৰিকা দেশৰ মৰুভূমিৰ মাজত এইখন সমুদ্ৰ। এনেলৈ আমাৰ দেশীয় মুদ্ৰা চলে আৰু এপইচী পোষ্ট কাৰ্ড, দুপইচীয়া টিকিটেৰে চিঠি আমাৰ দেশৰ পৰ তালৈ আৰু তাৰপৰা আমাৰ দেশলৈ দিব পাৰি। চিলোনত আষাৰ টকাই চলে; কিন্তু আমাৰ দেশৰ দৰে পইচা নকয় , তাত চেষ্ট (cent) কৃয়। এশ চেঙে হে এক ডলাৰ ( dollar) হয়। এ ডলাৰ মিলিং। পেচ, অৰ্থাৎ প্ৰায় ৩, টা। আমাৰ এডেন এও বি কলম্বো এও সি; বিলাত বুলি ওলাইছে। যেতিয়া আমি বিতৰ কথা হে সৰহকৈ পাতিছিলো। সন্ধ্যা বেলিকা প্ৰায়ে আমাৰ গানৰ “ম, লিচ" বহিছিল, অৱশ্য ডেকৰ এচুকত, আন মানুহে শুনিব নোৱাৰাকৈ। কব নেলাগে যে আটাইবোৰ গানেই বঙ্গত গোৱা হৈছিল। এই গানৰ ৰসৰ ভালকৈ সোৱাদ পাবৰ নিমিত্তে আমি আমাৰ দেশৰ কথা আৰু আমাৰ আটাইৰ ভবিষ্যতৰ কথা কৈ সময় কটাই ছিলো। কি উছম, কি উৎসাহ, কি প্ৰফুল্লতা। এতিয়া তাৰ গাধা একা হলেও আমি নিজক সুদী বুলি ভাবিলেহেঁতেন। আমি দ্বিতীয় শ্ৰেণীৰ কেবিনত গৈছিলোঁ। তেতিয়া এই কোম্পানি জাহ, কলিতাৰপৰা লগুনলৈ যাবৰ দ্বিতীয় শ্ৰেণীৰ কেৰেয়া ৩৭৫, আছিল, আজিকালি বাঢ়িছে। আটাইবোৰ কোম্পানীৰ ৰেট, এতিয়া বাঢ়িছে। আমাৰ শ্ৰেণীত ফেটামান ভাৰতৰতওপজা ব্ৰিটিচ লৰা ছোৱালী আছিল। সিহঁতৰ বাপেক মাকো কাৰে কাৰে লগত আহিল। সিহঁতৰ কি কি সামাজিক অৱস্থ কেনে আছিল কব নোৱাৰে। লৰা ছোৱালী কেটাৰ আশাৰে সৈতে ব্যৱহাৰ দেখি ভাল বুলি মন