পুহ, ১৮৩২] গুৰুচৰিত্ৰ।। আৰে দিহীয়া তিঞ্চিত মাতৃগৰ্ভ কৰে স্থিতি লাভ কৰিলে। ১৩৭১ পক কাৰ্তিক সংক্ৰান্তি অমাবস্যা তিথিত বৃহস্পতিবাৰ ৰা নিশা কৰে। এই সময় অসমৰ ৰজা চুমেনুফা বাদ সিংহাসন ছিল। হিমু নাৰ হোৱা শাছিল। অহোম নামেই প্ৰচলিত ছিল। © ন্ম যোৱা মাত্ৰ ভূঞাসকলৰ ঘৰৰ এক শ পুৰাৰে তৰি থকা সৰিয়হৰ ডুলি বাগৰি পৰিছে, এক শ গাছি বস্তি সুমাই দেবীমূৰ্তিসকল কাটি হৈ পৰিছে। হাতী বোৰাই চিৰিছে, দবা, তেৰী, লিৱেবাদ্য বাজিছে। কাণ্ডে ফিনটা হাঁটি শাৰিছে, তিনটা আমি তুলিছে. তিনটা কাই মাৰিছে। এই তিনটা কাৰ্যৰ বাৰাই ইয়াকে শুইছিল যে প্ৰথম এিটা স্বৰ্ণ মন্ত্ৰ পাতাল তিনি লোকৰ দীৰ আনিছে। দ্বিতীয়টায়ে আসাম কামৰূপ বেহাৰ তিন ৰাজ্যত ভকতি প্ৰচাৰ ব। তৃতীয়টীয়ে বুম্বাই নিশা কেলা অন্তৰঙ্গ ভাগৱতী ধৰ্ম প্ৰচাৰ সবি।। ভূঞাসকলে এইবোৰ আচৰিত কথা দেখি মম ব হয় হৈছিল। জন্মকালে তিনিগাছি নাভী মেৰাই আহিছিল। স্বৰ্গৰ অল্পৰাসকলে প্ৰসৱ কাশৰ মাঙ্গলিক কাৰ্য কৰিছিলিহি। ব্ৰহ্মালে স্নান কৰাইছিল। এ সময় কুমুম্বৰে চতুৰ্ভ ৰূপ দৰ্শন পাইছিল। য যাতে , সৰায় বৈজক মাই আনি শাস্ত্ৰানুসাৰে গণনা কৰাত হেৰু ৰাশি, দেৱগ, মাহে মোগ, বেহিণী নক্ষত্ৰ নিৰ্ণয় কৰে। প্ৰকাশ্য নাম শঙ্কৰ, গোপনীয় নাম গঙ্গাধৰ ১ । মহাপুৰ, ৩ , ৪ ডেকাগিৰী, ও অধিকাৰী, স, হ, মাতা, ১ গোমেস্থা, ১০ লাখ। এইসকল নামকৰণ হয়। আৰু ভবিষ্যত বাণী কিমান সমাজত নাইছিল। নৱপ্ৰ শিত হয়ে অসংখ্য প্ৰাণী মুক্ত হব আৰু প্ৰচুৰ দোকান খুলি। দেবী উপাসনা মিৰাৰণ হব, সুতি, ভাগ, পাণ সৰল ষাৰে ৰচিত হৈ অল্প ৰিাৰে বহুত জন শক্তি কৰিব পৰা অতি সোমালীয়া শাস্ত্ৰ প্ৰচাৰ হৰ। ধৰ্ম প্ৰচাৰ কৰি উৰ ভাটা লোকসকল তৰণৰ উপায় (খ) দেখুৱাব। এই টীতে গুৰু অৱতাৰ বুলি প্ৰচলিত হয়; ৩ ধৰ্ম্ম আশ্ৰয় কৰি ৰ প্ৰাণীয়ে মুক্তি পাব; দেয়ৰ কৃতি উনি টা বহুল প্ৰচাৰ হৈ কলিৰ লৈকে থৈ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫০৯
অৱয়ব