পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

, ১৯৩২) বিলাতৰ কথা। মহৈছিল। সিহঁতে যিখিছিকৈয়ে আমাৰে সৈতে কৰ্কশ আৰু এ ব্যৱহাৰ কৰিঠিল। সৰু লৰা ছোৱালী দেখি আমি সেই ব্যৱহাৰলৈ নাও কাণ কৰিছিলোঁ। আশ্চৰ্য্যৰ কথা এই যে এনে ব্যৱহাৰ সিহঁতে মাক আপে আগতে কৰিছিল আৰু মা কি বাপকে এইবাৰে সিহঁতক কোনো শান্তি দিয়া কি শাসন কৰা আমাৰ দেখা মনত নপৰে। কিন্তু হিম পাছত এই ব্যৱহাৰ এনেয়ে তাৰিকৰপে ৰুম পৰি আছিল। | আমাৰ আন সংষাত্ৰীসকলৰ সৰহ ভাপ সিমান উচ্চশ্ৰেণীৰ মানুহ ছিল বুলি মনত হয়। মাত্ৰা কি কৰোৰপৰা এন মজ" যাত্ৰী উঠিল। তেওঁৰ মুখ বৰ ৰঙা, আৰু তেও নিম্নল (কেতিয়াবা কেতিয়াবা। তাৱৰ মানুহ, কথা মুখৰপৰা উনৈশটাকৈ গুন" (এই কথাফাকি ইংৰাজী ভাষাৰ পৰা অনুবাদ, nineteen to the dozen,) খৎ তেওঁ ইমন কথা কৈছিল যে আন মানুহৰ যেনে ডজন মানে ৰাৰটা তেওঁৰ কথাৰ গুনত উনৈটাকৈ আছিল। তেওঁ বোধকৰে। অলপ সহ যাত্ৰাত ফটিক। সেৱন কৰিছিল; সেইদেখি স্ত্ৰী নামধাবী খিদিৰপুৰীয়া মুছলমান খানচাষাই আমাক পাঁচোটাকে সেই মানুহজনে ফটিক খুজিলে নিদিবলৈ কৈছিল;-আমাৰ অৱশ্যে ফটিকাৰে সৈতে সম্পৰ্ক নাছিল। এই মানুহজনে আমাৰে সৈতে খুৰ কথা পাখিলি। আমাক • কে নিয়ে নামকৰণ কৰিছিল, যেনে Doctor, professor, coloniel, ইত্যাদি। হাৰ এবাৰ ফটিক। এই অলপ অপব্যৱহাৰ কৰিছিল, কিন্তু সি ক্ষণস্থায়ী। তেওঁ স্কটল্যান্ড ভী দেশৰ মানুহ আছিল; জাহাজৰ কাপ্তানী কৰিছিল বোধকৰে, অৱশ্যে ৰো" আহাৰ নহয়। আৰু এজন যাত্ৰী মাৰ্কিন দেশীয় পাদুৰী। মুৰৰ বেমাৰৰ নিমিত্তে স্বদেশলৈ উভতি যাব লাগিছিল। এওঁ বৰকৈ চেলেউ, নইলে পাইপ পিছিল। এওঁকো ই কি আন এজম খানচাষাই জামাক ফটিক। জিবলৈ মানা কৰিছিল। আমাৰ ফটিকাৰে সৈতে কোনো গন্ধ নাছিল সচা কিন্তু মাজে-সময়ে লুকাই চুবলৈ কোনেও নেদেখাত সুবিধা পালে আমি চেণেই সুপিছিলে। গাবিছিলে। ছেলেউ হোপা পুশ মানে কাম। আখি আটায়ে চেক ওচৰত বহি আছে। এনেতে এদিন সকাল বেলা