আঘোণ, ১৮০৯] আনন্দৰাম বৰুৱাৰ চমুৱৰিত। ১৭ গত কৰি বিপদত পলাৰৰ দিয় কৰা সংগটো তেওঁৰ গাছ আলি। আমাৰ কৰণ “উবাঙলোৱা জীৱ-চৰিত্ৰৰ পৰাই দিও। শিৱসাগৰত থকাত, এদিন তেওঁৰ বঙ্গলৈ এজন দিহিৰ বৰজতোলা দেখা কৰিবলৈ গৈছিল। দুয়ো দুন চকিত ৰহি কৰাৰ্থী তাতি আছি, এনেতে ডেপুটি কমিচনৰ কৰ্ণেল কেম্বেলকে আদি কৰি কেইনশাৰ চাহাব তেওঁৰ বাত ওলাসগৈ। চাহাৰ বোৱা দেখিয়েই ভোলাজনক উব খোজা দেখি, বৰুৱাদেৱে তেওঁক কলে যে আপুনি পাবীন না, কেলৈ উঠিব; বহি থাকক। ইপিনে তেওঁৰ তাত সৰ কি নথকাত নিজৰ চকি ডেপুটা মিচনৰক এৰি দি নিয়ে থিয় হৈল;কেইজনমান চাহাবৰু চৰুি অনাই দিয়ালে, কিন্তু আৰু কি নোহোৱা কেইজনমান চাহাব এক তত্ব দি থিয় দি থাকিল, আৰু বহি থকা সাতোলাজনৰ ফালে কোহি কো- হিকৈ চাবলৈ ধৰিলে। সাজভোলাজন তাৰপৰা উঠি লৰ মাৰিব পাৰিলে এতিয়া ৰা পৰে; কিন্তু বৰুৱাদেৱে চকুৰ ঠাৰেৰ বা যিয়াত যদিও তেওঁ বহি থাকিল, তত মিমি নওশান্তি হল। চালকল গুচি যোৱাৰ পিছত সাজতোলাই বৰুৱাদেৱক ডাঙৰীয়া, আপোনাৰ ইয়ালৈ অহা বৰ বিল- পৰ কথা; আমাৰ আৰু ইয়ালৈ অহা নহব বুলি কৈ বিয়ায় ললে।” মাহৰ খাৰ দেখি তিলে বেত মোৰ ধৰে, ঘৰ সাতেলৰ সেই দুৰ্দশা দেখি, বৰুৱাদেৱে সৈতে শাক্ষাৎ কৰিবলৈ কুকাৰাংক আল অসমীয়া লোকসকলেও বেত, মেশিয়েই বল। ওপৰত কোৱা জীয়ৰ চৰিতৰপৰা আৰুে অলপ দুলি দিওঁ। 'শিৰ . সাগৰত এচিত কমিচনৰ হৈ থকা সময়ত, কৰ্ণেল কেৰেল তাত ডেপুটা কমিচনৰ আছিল আৰু লেফটেনেন্ট গ্ৰে এচিষ্টে কৰিচনৰ আছিল। পদত বৰুৱাদেও লেফটেনেন্ট গ্ৰেৰ ওপৰত আহিল, সেইবাৰে ডেটা কমিচনৰ বাহিৰত থকা বৰুৱাদেৱে গ্ৰে চাহাবৰ ওপৰত কিবা এটা জোৰ ধৰি ৰে কৈফিয়ৎ খোত, তেওঁ সেই কথাত অপমান বোথ কৰি, ডেপুটী কমিচনৰ জনোৱাত, পিচৰ বাৰ ডেপুটি কমিচনৰ চৰলৈ যাওঁতে তেওঁ জিলাৰ ভাৰবৰুৱাদেৱৰ গাত নিদি গ্ৰে চাহাবৰ গাত থৈ গল। বধেয়ে এই কৰ্থাত অপমান পৃই বৰ্ণমেণ্টলৈ আবেদন কৰি বৰ্গদেশলৈ বদলি হৈ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭
অৱয়ব