পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ [ বাগ ঠুেটো খৰৰ আটালি কেইটাত বাহিৰে ভিতৰে চাকি লগাবলৈকে ৰাতি টোৱেপতি এখন তেণী-খালে তোৰ বোগান নি কোনোখতে হৰি পাব। বৰুৱাদেওৰ পাত বন্ধ আছিল; সেইদেখি তেওঁ আসাৰলৈ উভতি আহোতে জাহাজত যিটো খোটালিত আছিল ভাত এজন বগা চাহাব বলেৰে সোমাবলৈ যোত বৰুৱাদেৱে সেইজনক ভালকৈ কিলাই দিলে। একিল খাই এবুণি চাপিলত চাহাবে বয়াদেওৰ ওচৰলৈ আহি ইংৰাজী, ভাষাত বিং-বিং-বাং-বাং কৰি কিবা এপলজি” কৰি ৰা হেনো কমা মালি “হেওচেক কৰি গুচি গল। | কিবা আছে যে আনন্দৰাম বৰুৱাই তেওঁৰ বয়সৰ আবেলি বেসিক বেই ঘূৰিবৰ ৰন কৰিছিল আৰু সেই অভিপ্ৰায়ে এঠাই কি ঠাইত খোৱালী চাবলৈকো গৈছিল। অনুমান হয়, তেওঁ কালিদাসৰ কুমাৰ টাকা কৰি থাকোতে হঠাৎ মনত কিবা ভাবোদয় হৈছে তেনে কৰিছিল। নাইবা, তেওঁৰ “খানচামাই” বৰাৰ খৰচৰ পম চুকৈ গলেতে থাকোতে কোনৰা এদিন তেওঁৰ হাতত ধৰা পৰিলত, বলা ভাতগলাৰ ওপৰৰ তেওঁৰ বেইলাগিহে তেওঁ সেই শটময় খোল চলাইছিল। অৱশেই মোৰ এই অনুমান প্ৰমাণ দিব নোৱাৰে।. হব পাৰে সি গোটেই সঁচা, ৰব পাৰে সি গোটেই মিছা, অথবা হব পাৰে সি আদখিনি সঁচা পাখিনি যিয়। এটা কথা কিন্তু এইখিনিতে মন কৰিবলৈ পাহৰিব নালাগে যে সকলোকে সকলো কথাই মুলুকে। বৰুৱাদেৱেও এই কথাৰ স্বাৱা-পানী ধৰ্দা” কৰিব নোৱাৰিলৈ; নতুবা তেওঁ ইয়াৰ অলপ পিছতে ইহলোকৰপৰা পৰ- লোকলৈ পুনু মাৰিলে? আনন্দৰাম বৰুৱা শিৱসাগৰত হাকিম হৈ থাকোতে কোনো অসমীয়া মানুহৰ ঘৰলৈ তেওঁ নগৈছিল; আৰু পৰাপক্ষত কোনো অসমীয়া মানুষও তেওঁৰ ঘৰলৈ নগৈছিল। বৰুৱাদেও কি নাহ, যৰে তাৰে ঘৰলৈ তেওঁ গলে সেইসকলে তেওঁৰ ওপৰত কোনো সুৰি লবলৈ বিচাৰিৰ পাৰে; সেইদেখি তেওঁ কাৰ অৰলৈ নগৈছিল। অসমীয়া ভাল মানুষ তেওঁৰ ঘৰলৈ নোযোৱাৰ কাৰ-বৰুৱাদেৱে তেওঁলোেক ওঁৰ ঘৰত পাই