পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ | [ম ,১১ শং মায়া মোহ খালি পাতি, কাঠ ও দিনে বাতি, | পৰে পাক আৰ্মিত্য-মিলে। মাস খহু ঘূৰি ঘূৰি, সৰণীৰ কাৰ্য কৰি, দিনে দিনে ক্ষণে ক্ষণে, জীৱনে ভুবন বলে, | অনুক্ষণে দেহৰ পহুন। সালে কল কালে, বান্ধি ধৰি যাতে গবে, নিয়ে টানি অসীম জীৱন। ৰুভূমি হুমল, ছেলে দীৱ কৰ্ম্মফল, বিফল নহয় কাচ। কৰ্ণফলে আছে যায়, নানাতি পায়, বাই ঘুৰি সমন সদন। ধৰ্মৰ মুৰ, তাপি মাই লৰচৰ, পবিত্ৰ নয়নে দেখা পায়। গেৰোঁতে অধৰ্ম্ম-ডোল, দৃঢ়ৰ অতি স্কুল, পৰিণামে থাকে মাত্ৰ চায়। ৰণীৰ তৰণি নাই, পাশে একশিত প্ৰায় ঠায়ে ঠায়ে যায় সাতল। পাপ তাপে কঁপে কায়, পৃথিবীৰৰ ৰা নাই, সূলে এল চল চল। অকুল পবিপাৰ, কোৰে কৰে জীৱ পাৰ, | মলয় তাৰ কোনোৱে বিচাৰ। আ ল ম ফুৰি, মানৱ জনম ঘূৰি, সিগাৰ নলয় সমাচাৰ। কোন বাটে তালতৰি,কোন বাটে দিয়ে পাৰি, মূল কাৰী কোন বাটে। নেদেখলে চিনা চান, অহঙ্কাৰে নলয় জান আছে বুলি কয় বটে টে।