আহিন, ১৮৩২] নিৰ্ম্মালি। ৩৩ এই সূৰ্যৰ ব্যাস Diameter ••• মাইলৰ ওপৰ। এনে সূৰ্যটোক তাৰ এই পৃথিবী আৰু আন এর উপগ্রহ গুলীৰে সৈতে গােটাই একেটা কৰি বৰি লৈ হাতীপটিত থকা মান ডাঙৰ সূৰ্য এটাৰে সৈতে তুলনা কৰিলে তাৰ পৰিমাণত ই এটা পােহৰ ধূলিকণাৰ সমান মানে হয়। এতেকে, হে। পাঠক। তােমাৰ কল্পনাৰ মুখৰ লেকাৰ চিলাই দি যিমান দূৰ পাৰা তা চেৰাই লৈ সেখাচোন, বিশ্বেৰৰ বিশ্বসংসাৰ কি মহান! কি বিশাল। কি বিৰাট! মন মাৎসর্য্য অহঙ্কাৰ হিংসা বিদ্বেষেৰে পৰিপূর্ণ এই এদিন পৃথিবীৰ অধিবাসী তুমি নাে কি খুলৰে খুদ, কি ধূলিৰো ধূলি, কি নগণাৰে। নগণ্য, সেইটো এবাৰ তাৰি চাইছানে? নাই চোৱা যদি চোৱা, দহকুৰি চোৱা, চালে, বিশ্বেশ্বৰৰ বিশ্বব্রহ্মাণ্ডত তােমাৰ আচল ঠাই, মূল্য, মহত্ব আৰু গুৰুত্ব বুজিব পাৰিবা; আৰু বুজিব পাৰিলে তােমাৰ নিশ্চয় নিশ্চয় অশেষ উপকাণ হব। নিৰ্মালি। কলিকাল বিষম কাল, তদৰে মহাকাল | চিৰকালে বিচৰে ভুবন। ভাৰত ভূমি কম্মভূমি, কর্মে উঠে যায় নামি, কৰ্ম্ম মর্মে বিচাৰে জীৱম । সংসাৰ কাচাৰি মাজে, ধম মাজিষ্ট্রেট বাজে, | চিৰষ্টাৰ চিত্ৰগুণ যাৰ। তেওঁৰ অতি সুবিচাৰ, ধৰ্ম্ম ভাৰ সন্থাগা, নলয় ফাৰাে কোনাে ভেটি ৰ । কৰ্ম বুজি যেনে ৰ, কলমাত্র দিয়ে তাৰ, | নকৰে অন্যায় অত্যাচাৰ। কৰ্ম্ম গুণে ও পাষ, যেৰে কৰ্ম্ম তেনে ঠাই, ন্য পথে চলাইহে সংসাৰ ৷ ঐআউনীআটীয় গােস্বামী।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮৩
অৱয়ব