পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাপাপৰ মহাপচিত। | মোৰ হাঁহি থাকো হাঁহি থাকো কৰি থকা সুখৰ ঘৰখনত অকস্মাৎ কৰবাৰপৰা আজি এটা নিদাৰুণ লোক ছ পৰি তাক দুৰ্থোৰ এন্ধাৰে ঢাকি পেলাইছে। ধেমালি মাত-বোল আজি মোৰ বৰবপৰ বিলা। বিদায় হেঁপাহ উৎসাহ; বিদায় আশা ভৰসা; বিদায় উদ্যৰ উদ্যোগ। এইবিল- কৰ মোৰ ঘৰত আজি ঠাই নাই। কব নোৱাৰা, বৰ্ণাধ নোৱাৰা, বুজাব নোবাৰা, সীমা নোগৱা, লেহ নোহাৱ। এটা ভীষণ মৰ্মভেদী শোক। মূৰ্তিয়ে কিচকিচ-কৰে কলা কাচোন পিন্ধি গোটেইথন থৰ মোৰ আছি আগচি বহিছেহি আজি মোৰ লোকৰ ভোগ। শোকৰ মোৰ অৰি একা- শত বৃহস্পতি। ইমান দিন হাঁহি মাতি কটাইছিলো। আজি মোৰ সুখৰ দিন উকলিল। নিয়তিৰ কাল-চক্ৰৰ গতিত আজি মোৰ কান্দোনৰ দিন পৰিছে। মোক কানিবলৈ দিয়। কালোনেই আজি মাথোন মোৰ সম্বল, কান্দোনেই শান্ত্বনা। মোৰ সকলো সুখ শান্তি সকলো আশা তৰা আজি কান্দোনতেই। সেই হে মোক হেপাহ পলুৱাই আজি কান্দিবলৈ দিয়া। | তোমালোকে শুনো বুলিলে মই এৰিম কিয়? কলিজা কাটি-ছিটি-যোৱা মোৰ যশোক কাহিনী আজি কবলৈ নেপালে যে মই চাটি-ফুটি কৰি পুৰি মৰিম। মোৰ যে আজি হিয়াৰ মাজতে ৰাৱনৰ চিত। বলিব লাগিছে। নেদেখিছা নে, এই খাণ্ডৱ দাহন কাণ্ডত মোৰ সুখ শান্তি একমাত্ৰ সম্বল চকুৰ শো টুপিৰে পৰিণ নাই? মোৰ অঝৰাস্তাৰ যন্ত্ৰথলৰপৰা ওলাই অনন্তৰ বুকুত লীন হবলৈ যাওঁছেই মাজ ৰাটতে শোফানতে পাই সেই টুপিকো শুকুৱাই থিতাতে মাইকিয়া কৰি থৈছে। উঃ এইকুৰা কিছুই। কেনে পোৰণি। এই কোমলত যে কাটো যোৰ আজি মহাপাপৰ মহাপচিত। সেই যে শালি মোৰ এই বিলাই, এনে অৱস্থা।