দ, ১৮৩২ ] অসমীয়া গৌৰীপুৰত বগলা সাহিত্য-সভা। ৩১৭ মাই দি অসমীয়া ভাষাৰ কাণ অলি জি rusticate কৰা অৰ্থাৎ আনৰপৰা ওলাই যাবলৈ ফুৰ দিয়া হৈছিল; কতা, তেতিয়াও দেখেন অসমীয়াৰে সৈতে বলীতে বিবাহাৰি সূত্ৰে আবদ্ধ হোৱাটো কোনেও মেলেখিলে? বাণীৰে সৈতে অসমীয়াৰ সৰু তাৰ আগেয়ে ঘেমে আছিল তেতিয়াও দেখোন তেনেকুৱাই থাকিল। খ এতিয়া অসমীয়া আৰু বঙ্গালীৰ ভিতৰত শিক্ষিত লোক লেখ সহ হোৱা গতিকে দুই পক্ষৰ ভিতৰত মিলাগ্ৰীতি বাঢ়িছে। আমি আশা কৰে আগলৈ শিক্ষাৰ লগে লগে আৰু মিলাপ্ৰীতি বাঢ়ি ভবিষ্যত ভাৰতৰ আন আন জাতিৰে সৈতে অসমীয়া আৰু বঙ্গালী দুয়ে মিলি একটা হৈ এটা ডাঙৰ ভাৰতীয় জাতিত পৰিণত হোৱা শিক্ষিত ভাৰতবাসীৰ সমাজিকটে। ফলিয়াবৰ সম্ভৱ হব। কিন্তু পদ্মবুৱে এইটো খাতকৈ জানিব নে তেওঁলোকে সদাই যেনেকৈ অসমীয়াক এই অসমীয়া ভাষা লৈ অনা- হকত আমনি কৰি থাকে, আমাৰ এই আশা আৰু সপোন দিনটো তেওঁলোকে তাৰ দ্বাৰাই আৰু দূৰলৈ ঠেলি হে নিব লাগিছে। সহানুভূতি আৰু বিশ্বাসে সহানুভূতি আৰু বিশ্বাস ওপায়। সঙ্গ ব্যৱ- হাৰে সৰ ব্যৱহাৰ আনে; মিহা বাক-বিতণ্ডা, অসাৰ্থক সমালোচনা আৰু মনুষ্যই, আৰু ঘাইকৈ মই এনে, তই তেনে, মই ডাঙৰ, তই সৰু, মোৰ ভাষা যাই, তোৰ ভাষা পালি আৰু সৰি পৰা হিগা চুলি" এনেবোৰ কথাই পৰম্পৰৰ ভিতৰত অপ্ৰীতি আৰু সম্ভাৱ ৰে বঢ়ায়, তেহেলৈ তুমি সেই কথাবোৰত যিমানকে বহণ সানি ধুনীয়াকৈ কোৱা। আমাৰ তো দৃঢ়বিশ্বাস যে আসামত অসমীয়া আৰু বঙ্গালীৰ ভিতৰত প্ৰচলিত অসম্ভবৰ এটা প্ৰধান কাৰণ বাণীসকলৰ অসমীয়া ভাষাৰ প্ৰতি চিৰপোষিত বিদ্বেষভাৰ। আচৰিত কথা যে আমবাসী ও মন বাণীসকলে এইটো কথা আজিলৈকে ভালকৈ টং কৰি চোৱা নাই। অসমীয়াতকৈ তেওঁলোকে নিজক বেছি শিক্ষিত আৰু জ্ঞানী বুলি অতি- মান কৰে, কিন্তু এইটে। তেওঁলোকে কি পাহৰে যে বেছি শিক্ষিত আৰু পানীৰ দায়ি, কম শিক্ষিত আৰু কৰ জ্ঞানীতকৈ অনেক গুণে বেৰি? সেইদেখি হে আমি নকৈ নোৱাৰে। যে আলামত ৰাণী আৰু
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬৫
অৱয়ব