পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহা। (১ম বছুৰ, ১০ম সংখ্যা অসমাৱাৰ হিৰত মৰাৰ বাবে আমাৰ বঙ্গালী বন্ধুসকলৰ গাত গ ৰৰ ভাগ সহ। অনেক বিষত দেখিছে। অসমত থকা বঙ্গালীসকলে অসমীয়াৰ মনত যিছাতে কষ্ট দি থাকে। তাহানি অসমীয়াই নিজৰ নামৰ আগত বাৰু নেলখি যুত লেখাত তেওঁলোকৰ বিপৰ তাপত অসমীয়া অস্থিৰ হৈ পৰিছিল; অথচ আজিকালি বালীয়ে সেই ঐযুত লভিবলৈ হামৰাও কাঢ়ি ফুৰিব লাগিছে। এনে উদাহৰণ আমি আৰু ভালেমান দিব পাৰে। সেইদেখি আমি আমাৰ বঙ্গালী বন্ধুসকলক বিনয় কৰি কওঁ যে তেওঁলোকে ভাবি চিন্তি কাম কৰিব যেন। ভাৰতীয় জাতিৰ তিত ৰত যি unity একতাৰ নিমিত্তে তেওঁলোকৰ নায়কসকলে নিশ্চয় আমাৰো নায়ক) ইমান পুৰুষাৰ্থ কৰিব লাগিছে, তেওঁলোকে বিবেচনাকৈ চলি সেই মহাব্ৰত পণ্ড কৰে কিয়? * } ক্ৰমশঃ ঐশলীনাথ বেজবৰুৱা। শাওণৰ “হীহ" ওলোৱা অসমীয়া ৰীৰত ৰজলা সাহিত্য-সঙ্গ” নামৰ এত দু। ভুল ৰৈ গ-১) শঙ্কৰদেৱৰ মৃত্যু ১৯ ও হে, ১৫৯ হাব্দ না। () কgণৰপৰা শৰদেৱে “ বঙ্গ” ৰে পাইলি, গত। পুৰীৰ গাখৰ আদেশ পাই পহি জাহ্মণ এলে সামলৈ আ?ি শৰণৰক মৃয় পাৰ পটি শুনাইল। উপৰুক্ত পাঠ সাপ্ত হত ব্ৰাহ্মন শঙ্কৰণৱ অয়ছে মনে। থমধ্যে সেই গুৱক পুধি ৰদেৱে। সম্পাদক।