পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| বাহী। [ ১ম বছৰ, ১০ম সংখ্যা ৰা পৰিলোঁ। পদ্মবাৰুৰ অসমীয়া সকলে যে দেশ- বৎসলতা দ্বাৰা পৰিচালিত আৰু মাতৃভাষাৰ প্ৰতি গেপৰায়ণ হৈ যে তাক সুকীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিছে সেইটো তেওঁ বুজিছে, আৰু সেইবাবে তেওঁলোকৰ গাত তেওঁ দায় নিদিয়ে; কিয়নো, অতি দূৰ- দশী হৈ হাতৰ স্বাৰ্থ যে কোনেও বিসজ্জন হিব নোৱাৰে সেইটো তেওঁ জানে। আৰু এটা তেওঁৰ গাত উমান আছে যে নিজ বিষয়ে পক্ষপাতী হোৱাটো স্বাভাবিক; সেইবাবে তেওঁ “এখন” অৰ্থাৎ ২• শতি- কা। ১৯১৩ চনত অসমীয়া ভাষা এৰি বঙ্গভাষা লৈকো অসমীয়াক নয়। আমি কিন্তু তেওঁৰ এই কথা শুনি তেওঁক “সোনা চাদ ছেলে” আৰ্থৎ সোণামুৱা শৰা বুলি থাকিব নোৱাৰিলোঁ। আমি তেওঁক সোথ। “বোপা হেৰা, যদি তুমি আমাক তোমাৰ ৰন্দৰ গুৰি সম- সোপাকে এৰিয়েই দিল, তেন্তে মিছাতে মাজে মাজে এইদৰে আমাৰ পৃষ্ঠদেশে চিমটি আৰ ৰাম-চিটি কৰ্ত্তণ কৰিয়া” অৰ্থাৎ আমাৰ পিঠিত সৰু-চিকুট আৰু ভীম-চিকুট মাৰি থাকা কেলৈ? তোমালোকে যিমান পাৰ নিজৰ ভাষাটোকে উন্নতি কৰি নাথাক। কেলৈ? তোমাৰ অস- মীয়া বন্ধুসকলৰ মাতৃভাষাটো "লোষ্ট্ৰবৎ পৰদ্ৰব্যৰু” বুলি এৰি থলেই দেখেন ভাল হয়। এক দিনে ৰাতিয়ে লোকক, অৰ্থাৎ তোমাৰ নিল বন্ধুসকলক সাই-মিছাই চিকুটি-বাকুহি থকাটো জানো কিব। ভাল কাম? | আমি অসমীয়া ভাষাটো সুকীয়া কৰি লোৱাত দূৰদৰ্শী পদ্মবাবুৰ বোই বাই কাৰণ এটা তেওঁ দিছে,-“কিন্তু এই ভাষা স্বাতন্ত্ৰ নিবন্ধন বঙ্গ ও আসমবাসীৰ পৰম্পৰ বিবাহাগি সূত্ৰে সম্বন্ধ হইয়া এক হইয়া যাওয়া পক্ষেও যে বিপ্ন হইল ইহাই প্ৰধানতঃ আক্ষেপেৰ কথা।” পবাবুৰ সৈতে আমিও এই কথাত বেজাৰ কৰিবলৈ বহি গলোঁহেঁতেন যদি এই কথা সচা হলহেঁতেন। সুখৰ বিষয় যে চা নহয়। অস- মীয়া আৰু বালীৰ ভিতৰত বুৰঞ্জীয়ে ঢুকি পোৱা কাল ডোখৰত কেতি- মাও “বিবাহাদি সুত্ৰে স” হোৱা নাছিল। আসাম ইংৰাজ গবৰ্ণমেন্ট তলৈ পৰাৰ কিছু কালৰ পিছত যেতি। আগামত বলল