এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শাওণ, ১৮৬১ গৃহস্থালী। “কাকিছে দুনাই স্বাহী নিকুঞ্জ বনত, জোনাকত ৰূপালিবানি, নাচিয়ে আকষ্ট আহি জাম মুনি বেণু বাই যমুনা-পাতি। “ পিছে কি-মাল। বিশ উপাই শৰতৰ পূৰ্ণিমা জোনাই, যোৱা যোৱ। বালা চাই আহা গই সেই শোক নয়ন জুৰাই। সখিসৈতে যোৱা ৰাথা ফুল পাত সই পূজ। দিয়। ইষ্ট দেৱতাক, পুজা গই মহামায়া-যুগল , পপি শাখা কলীয়াক | “যোৱ”। ৰাধ কাচি আনা মোহন বাটি গোপালক কথাৰে দুলাই; অহি পোৱ। কলীয়াক মোহিনী ৰেৰে, নিজে তুমি বাহীটি বই।” মুশুনিলে বালা কৰুণ মিনতি, নটলি ৰাধিকাৰ মন; নিৰাশ:ৰে আহৰিল কৰুন-সুন্দৰ ভাঙি মোৰ সুৰ সপোন। শৈলধৰ ৰখোৱা। গৃহস্থালী। সৰহয়া মানুহৰ সমাগমত দ্বি-পোহা বৰ লাগতিয়াল। তুমি ফলে গকিলে যি ইচ্ছা কৰিব পাল; কিন্তু মানুহৰ সৈতে থাকিৰৰ হলে দি মতে চবি লাগিব; খ-আইন আৰু সমাজ নিয়মৰ লগীয়া লাগৰ।