পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{১ স্বা, ৯ম সংখ। ঘৰ গৃহস্থালী পাতি সংসাৰ চলা খুজিলে “জিহা” পূৰ্ণমাত্ৰাই আৱকে। দি মহলে খ গিব। সকলোৰে প্ৰকৃতি চাই, শকি বুজি, সকলো মঙ্গল সাধনেই হৈছে গৃহস্থালীৰ উদ্দেশ্য। সৰুৰপৰা ৰলৈকে সকলোৰে সামঞ্জস্য বিধান নেই। প্ৰকৃতিৰ নিয়ৰ মতে চলিব। সকলোৰে ৰাধীনতাৰ বিশৰ নিমিতেই তো নিয়ম বা পিন্ধিব লাগিব। স্বাধীনতা নেথাকিলেও ৰি ৰাধিতাৰ নহয়। জীৱন-যুৰ আখৰ-ৰত এটি ৰাজ্য চলিকে। ঘৰৰ অধিকাৰজন আমাৰ দেশত দেয় বুলি খ্যাত। তেওঁ প্ৰকৃত তো হৰৰ চেষ্টা কৰিব লাগে। এইটো অসম্ভৱ কথা নহয়, সকলোৱে চেষ্টা কৰিলে সেৱা হব পাৰে। সৰু গৃহস্থালী এখৰ দেৱতাস্বৰূপ দুধ- লৈকো চেটাৰ প্ৰয়োজন। কিন্তু আমাৰ কেইজনৰ সেই চেষ্টা আছে? সেইদেখিয়েই আমাৰ গৃহস্থালী বেমেলিত পৰিছেহি। ওলীয়াৰ কথাত গৰাকীন” বিৰক্ত হয় গণি শিইত প্ৰাণে শিত উচিত কথাতো নিমাই হ গৈ; তেওঁৰ গালত কোনো কথা গণ্ডি কল মিত সাহ নাইকিয়া হয়, আৰু লাহে-লাহে গেয়ে অতালি হৈ পৰে গৈ। তয় সমান পান নাই। শুয়ে মন ভাঙে, গাজুগ কৰে, বেছিভাগ দুখৰ প্ৰশ্ৰয় দিয়া হত বুলিয়েই নে প্ৰয়োজন নাই বুলিয়েই, ভাঙি কোৰ্লো কথা গুষ্ঠীয়াৰ আগত বা ঘৰৰ কাকো নকলে মনৰ অনেক কথা বিফল হয়। অৰৰ সকলোকে অবোগ বুলি ভাবি নিৰ থাকিলে সংসাৰ নচলে। অযোগ্য মোগ্য ও গৃহস্থালীৰ পৰোজন। সংসাৰত প্ৰতিভাশালী মানুহৰ সংখ্যা নিতে তাৰুৰ। নিমকে genius উৎক-বুজিসম্পন্ন মানুহ বুলি ভবা পোশ এটাই আজিকালি দেখা দিয়েছি। কিন্তু সাধাৰণ বুজি (average intellect মানুহেৰেই সৰা গঠিত আৰু সেইবিলাকক লৈয়েই চলিব লাগিব। যি মানুহৰ ভিতৰত ঈশ্বৰে পেলাই দিছেহি তাৰ ভিতৰতে কৰ্তব্য আছে বুলিও তেওঁ দেখুৱাই দিছে। আটাইকে অযোগ্য বুলি ভাবিলে বৰ নচলে। অতি ও সম্পৰ্ক থাক অযোগ্য বুলি উপেক্ষা কৰা যেনে, এই পৃথিবীৰ দূলি মাটিৰ হল বুলি বৃথা ঋণ। কৰা তেনে। এই পৃথিবীৰ