অসমীয়া ভাষাৰ অভিধান। আমাৰ পুৱাই নাম লব লগীয়া, অসমীয়াৰ আদৰ্শ আৰু শিক্ষক, নিস্বাৰ্থ দেশহিতৈষী, অসমৰ মৰমৰ সুপুৰ, অসমীয়া ভাষাক অসীম বল কি মৃত্যু শয্যাৰপৰা তোলেতা আৰু অসমীয়া ভাষাৰ প্ৰধান ও, স্বৰ্গীয় মহা ঝ। হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই তেওঁৰ মাতৃৰ মঙ্গলৰ অৰ্থে, শাখাৰ আৰু নিজ জাতিলৈ অশেষ চেনেই দেখুৱাই অসমীয়া হোমকেশ অতিথা ধন লিখি জগতৰ এট। মহৎ কাম সাধি যুগমীয়া কৰি থৈ গৈছে। হেমকে। লিখিবৰ সৰত ৮ বৰুৱা ডাঙৰীয়াই কাৰে সহায় পোৰ নাছিল , তেওঁ এই সৎ কাটে। একলৈ শেষ কৰিছিল। কিন্তু এ। ওখাৰ নকৈ অৰুলৈ এপন অভিধান লিখা কেনে টান কান তাক সকলোৱে বুজে। তাতে আমাৰ অসমীযা ভাগৰ অধান লিখা আৰু টান, কিয়নো ই অসমীয়াৰ গায়। সম্পতি। বঙলা ভাষাৰ দৰে ই সংস্কৃত ভাল নহয় যে, এখন সংস্ক অতি- নৰ অনুৰ, বিসৰ্গ আৰু চত্তবিলাক আঁতৰাই লিখিলেই এখন অভিধান হব। বঙলা ভাষাৰে সৈতে বঙালী জাতিৰ সম্বন্ধ নিচেই কম। আমি বোধ কৰে। বঙ্গদেশ নেদেখাকৈ বা ৰঙালীৰে সৈতে কথা নপৰাকৈয়েই খাচেৰেক ভাল ভাল বগুলা কিতাপ পড়ি, এখন সহ অভিশান হাতত লৈ এখন এগুলা অভিথান লিখিব পাৰি। কিন্তু অসমীয়াৰ ভাষা তেনে নই, ই অসনীয়। আতিতে উৎপন্ন আৰু অসমীয়া জাতিতেই লেও-খাই আছে। ইয়াৰ অভিধান লিখিবলৈ হলে অসমীয়া মানুহৰ মুখ হে সহায়, আন একো নহয়; একে হেমচন্দ্ৰ বৰুৱাই যি হেমকোষ গোটাইছে সি তেওঁৰ অসীম বুগি আৰু অধ্যৱসায়ৰ চিন। • তেওঁ অকলৈ আৰু মানুহৰ মুখৰপৰা গোটাই লিখাৰ বাবে হেমকোষত কিছুমান শ পৰিল।। এভিয়া আমাৰ যিমানেই উন্নতি হৈছে আৰু আমাৰ ভাষাত লিখা খে বাঢ়ি গৈছে সিমানেই সেই শব্দবোৰৰ অভাৱ পৰিছে, গতিকে হেমকোষ নখকা শব্দবিলাক গোটাষলগীয়া হৈছে; আৰু আমি বোধকৰে। আমাৰ ভাষা বিন শব্দ আছে তাৰ এটাইখিনি গোটাৰ পাৰিলে আৰু
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩১৩
অৱয়ব