শাশ, ১৮৩ ভিক। বান্দী আছিল। মাটি-বাৰী গহন-পাতি ৰূপবান লোটা-বাটি-কাহী-কলহ পোৰ-কানি আৰু আন আন বই-বস্তু সকলো খাছিল। “মুঠতে, উঠি- ঘৰখনৰ সমুচাই মোৰ ঘৰত আছিল।” “আৰু মোৰ সেই মুখৰ ঘৰত আছিল সাক্ষাৎ লক্ষ্মীপিনী পতিব্ৰত। ঘৈণী এজনা। চাৰ আছিল সেই সুখৰ খৰত মোৰ জীৱনৰ সুখৰতৰা চকুৰ-মপি হিয়াৰ-হেঁপাহ সেই ধৰণৰ সন্দৰী মোৰ সেই সাহী বগী লাহৰ আইদেউ প্ৰভাৱতী।” . ভিকহুৰ কৱা মাত অকস্মাৎ কোমল হল কিয়? ভিশহুৰ শোটোৰ। মুখখন সেইটো কৰপৰা অপৰূপ কান্তি আহি জিলিকাই তুলিলে? কি- হুৰ চকুত সেইটো কি অপৰূপ জেউতি পৰি তাক ছলছলীয়া কৰিলে? দুগালে কিহৰ দুধাৰি চকুলো বৈ গল। তিকহৱে কান্দিছে।। তি কৱে কান্দে? কথাটো অলপ আচৰিত নহয় নে? কে-পিয়াহৰ গৰুৰ যাতনা, অভাৱৰ অত্যাচাৰ, দেশাচাৰৰ নিষ্ঠুৰতা, ৰাইজৰ দুৰ-দূৰ-ছেই ছেই আৰু বিযাতৰ অবিচাৰ যি ভিকহুৱে আওকাণ কৰি নেতি-নুবুলি হষ-লগীয়া-মি হব বুলি সহি আহিছে সেই ভিকক বহু-দিন-হল-মৰি-যোৱা ছোৱালী এটীৰ স্মৃতিয়েই ধৈৰ্য্যচ্যুত কৰালে। শিল যেন শকত হিয়াখনৰ কোমল ঠাইডোখৰ আঙুলিয়াই দেখুৱালে। শীৰ দুৰ্বলতা কোনখিনিতে সেই ৰহটোৰ তেল ভাঙি দিলে। কিহুৰ শুকান হিয়াৰ মাজত এপি ফুল অতি যত্নেৰে বৰ হেপাহেৰে পৰম ভক্তিৰ ভিৰুৱে পুৰাই ৰাখিছে। সেই কৃষ্ণুপিৰ নাম প্ৰত্যাব স্মৃতি। মাজে- সময়ে তিকহুৱে গনৰ ঢকুৰে তাক তাই নয়ন মন চবি কৰি স্বৰ্গ সুখ লশে। কিন্তু সেই ফুলজুপিৰ গুৰিত অলপ চকুৰ-পানী মাথোন চালিছে। ফুলটুপিৰ যে সেইটো পাৰ লগীয়া খানা; দিব গীয়। ভিকহুৱে তাকে অগিবঢ়াই দিছে। ভিকহুৰ তাত অপৰ কি? লাঙ্গ কত? আচৰিত কেনেকৈ? ভিকহুৱে মূহুৰ্তকীয়া দুৰ্ধশতাটিক লাহেকৈ ঠেলি একাষৰীয়াকৈ গলে। কিহৰ মনটোৰে যেন তাত অলপ বোৰ পোৱ। দি পালে। তাৰ হেঁপাহ আছিল গে অৰু কিছু পৰ সেই ফুলপি সি চাই থাকে। অনিচ্ছা স্ব3ে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩১১
অৱয়ব