পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬৪ ঘাঁহী। [১ম বহ, ১ম সংখ্যা কাটো খাটো আছে। সেইটোৱেই হৈছে তোমালোকৰ দেশাচাৰ। এই শোচাৰৰ শিলৰ বেৰখনত মোৰ ৰেতিকহ এটাই মূৰ খুলিয়ালে কি হ? হব আৰু কি-কিহৰ মুৰটো ভাগি গুড়ি হব আৰু কোমালোকে কোয়ানুই কৰি খেলেচোৱাচোন চোৱসেই বলিয়টোলৈ চোৱ॥” বলে পতিয়াবা, মোক আজি তোমালোকে যেনেকৈ পেংলাই কৰিছা, লটিঘটি কৰিছা, অপমান লাঞ্ছনা কৰিছা; ময়ে। এসময়ত আনৰ এতি ঠিক সেইদৰে ব্যৱহাৰ কৰিবৰ সামৰ্থ পাইছিলোঁ। আৰু কৰিছিলোও " মই চিৰ-তিছ নহওঁ। হোৱাহেঁতেন তো বৰ ভালই আছিল। তেতিয়া হলে এই শোক কখন মেলিবলৈ নেপালেহেঁতেন।” “এসময়ত ময়ৰী মোৰ নিৰ সমাজতে এমন লেথৰ মানুহ আছিলে॥ তেতিয়া মোৰ ধন আছিল, মান আছিল, মৰ্য্যাদা আছিল। ময়ো তেতিয়া তোক লাগিলে খাইছিলোঁ, ভাগৰ লাগিলে নিৰাইছিলে, টোপনি আহিলে ইছিলে। তেতিয়া হয়ে উঠিলে খং কৰিছিলোঁ, কোনোবাই মোৰ এগৰ লগালে গুৰি-মৰি উঠিছিলে, অপমান কৰিলে তাক ওলোটাই দিছিলে, অনায় অষথা ব্যৱহাৰৰ প্ৰতিশোধ লৈছিলোঁ। মোৰ তেহিয়া তেম আছিল, অহঙ্কাৰ আছিল তেতিয়া মোৰো এই পৃথিবীখন তোমা- লোকৰ দৰে চকুত লপ সৰু সৰু যেন লাগিছিল। ময়ো তোমালোকৰ দৰে ওপৰত-ৰকা-নৰ কোনো ভু-ভাকেই নেৰাখিছিলো।” আৰু মোৰ আছিল কি? সৰম-চেনেহ কৰিবৰ অধিকাৰ আছিল আৰু ওলোটাই পাব প্ৰত্যাশা কৰিবৰ স্বত্ব আছি।” মুঠতে, তোমালোকৰ পাত থকা সগুণ বগুণবিলাক মোৰ গাতো আছিল। সেই একেই ক্ষমতা আৰু সেই একেই বাধ্যবাধকতা।” “ষোৰো এখন ধৰ আছি। সকলোতকৈ ডাঙৰ মোৰ হাউলি আছিল। দুপিনে দুটা পদূলি আছিল। সেই হাউলিত মোৰা চৰাধৰ মাৰল-ঘৰ বৰঘৰ সৰুৰৰ ৰান্ধনি-ঘৰ নামঘৰ প্ৰভৃতি বিধে বিষে ছিল। আল- ফুলৰ সতে ওলমি পৰা পহগছনিৰ সৈতে এখন উৰ্য আৰী আছিল। তিনি টা পুখুৰীত মাছ আছিল। হটা ভৰালত, খান আছিল। হলে হলে মহ আছিল। এগোহালি গৰু আছিল। এমখা বন্ধ। আল;