চত, ১৮২১ কৃপাবৰ বৰুৱাৰ সামৰণি।। মই। “নোৱাৰিলে নকৰো, পাৰিলেও কৰিবৰ মোৰ ইচ্ছা নাই। সেইদেখি আপুনি কি কব খুজিছে সোনকালে কওক, ইমান পাতনি কৰিব সকাম বিশেষ মই দেখা পোৱা নাই। মই পোন পট ভোটা মানুহ। আপোক কি লাগে?" আলহী। "ময়ে বেকা পটিৰ মানুহ নহওঁ; পতিকে, পাতনি-কাটা একো নকৰাকৈয়ে কওঁ যে, মোক বৰকৈ লৰালৰিকৈ এশাল ৰূপ লগা হৈছে। কমপক্ষেও চাৰি পাঁচ লাখ। নলেই চলে। মই থাকিবলৈ ডাঙৰ টোলেৰে সৈতে ভাল পকি-ঘৰ এটা মোক লাগে। ঘৰটোৰ সমুখত ফুলেৰে শুৱনি বাগিছা এখন থাকিব লাগিব। বাগিছাখনৰ ভিতৰত বগা শিলৰ খটখটিৰে, ৩ঙিৰ সৰু মাছেৰে ভৰি থকা পুখুৰী এটা লাগিব। পিছ ফালে অলপ দূৰত নানাবিধ ফলৰ বাগিছা এখন লাগিব, যাৰ গছবোৰত পকা সোৱাদ ফুল দই ওলমি লাগি থাকিব লাগিব। দেখিবলৈ পুৰ শাড়ীখনচেৰেক, ঘোৰা-শালত একুৰিমান তেজী ঘোৰা, গোহালিত এগো- বালি খীৰতী গাই—” এইখিনিতে তেওঁৰ চেলেউটোৰ জুই নুমাই যোৱা দেখি তেওঁ অলপ ৰৈ আকৌ জিয়ালিৰ কাঠ এটা মাৰি চেলেটটোত জুই লগাই ললে। তাৰ ভিতৰতে লাহেকৈ মই মাত লগালে,-“কৈ যাওক, কৈ যাওক, নব, শুনিবলৈ ভাল লাগিছে। এইবোৰৰ লগতে দিলিপ ৰাজকন্যা এটীৰ “দাবিটো” নাপাহৰিব।” মোৰ কথাষাৰ শুনি আলহীয়ে টানকৈ চেপেউটোত হোপ মাৰি পোৱা টানি লৈ সেই খোৱ। নাকেদি দীঘলীয়াকৈ উলিয়াই ফলে, "কি পাহৰিম? দিলিপ, ক তে লাগিবই। সেই কথালৈ যাব লাগিছে।” | মই। “বাওক; বাটতে থমকি ন; সেইটো কৈ পেলাওক, বাকী নব।” আলহী। “কলে কিবা মৰজিব বুলি ভাবিছে নে কি? কম; কৈছে। কলে; এবাৰ কৰ; হাজাৰবাৰ কা; পৰত কষ; যত ক; লাগে যদি বৰ-বৰৰ চালৰ মুখত উঠি কম, যে মোৰু ৰজাৰ জীয়াৰীৰ নিচিনা বঢ়িয়া আৰু পেচৰ খিছিনা গুনীল ছোৱালী এনী এইবোৰ সৈতে লাগিব
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮৭
অৱয়ব