১৪৮ [১ম বছৰ ৫ম সংখ্য আলহী। সকাম আছে; নহলে কয় আহি আপোক আমান কবি। কম লাহে লাহে। তাৰ আগেয়ে কওঁ আপুনি যে অকলৈ ফচ - ফচ কৰে পাইপৰ ধোৱ। উৰাব লাগিছে, আলহীকে তাৰ অলপ-অচৰপ ভাগ নিভিয়ে নে?" “নিশ্চয় নিশ্চয় দি" এই বুলি মই উঠি হাত মেলি আলমাৰিটো মেলি চেলেউ দুটা উলিয়াই জিয়াচলি এটাৰে সৈতে তেওঁৰ ফালে আগবঢ়াই দিলে। তেওঁ বিশেষ আড়ম্বৰ নকৰি জিয়াচলিৰ কাঠা এটা ভটকৰে মাৰি চেলেউটোজুই লগাই নিশঙ্কচিড়ে হপিবলৈ ধৰিলে। ক্ষন্তেকৰ পিছতে দুইবে। মুখৰ পাৱ গোটখই আমি বহি থকা খোটালিটোৰ এখো- টালি হল; আৰু পূৱাল-কুৱাও চেলেই দুটাৰ জ্বলা মুখ দোডোখৰৰ বাহিৰে আন একো নেদেখা হল। তিন মিনিটমান এইদৰে চেলেউ আৰু পাইপৰ ধোৱাই যাগ দি খোৱাৰ পিছত কলা পাদি দুয়ো পকি উঠিলো। মোতকৈ ক্ষন্তেকমানৰ আগেয়ে তেওঁ পকি ছিল বলা; সেইদেখি তেওঁ আগেয়ে মাত লগালে। “বৰুৱা ডাঙৰীয়া! আপোনাক এটা কথাৰ খাটনি ধৰে, অনুগ্ৰহ কৰি খাট- নিটো ৰাখিব নে?” মই। "সাধ্য হলে ৰাখিম, অসাধ্য হলে কেনেকৈ ৰাখিম?” আলহী। “সেইদৰে কলে নচলিব; আপুনি মোৰ খাটনিটো ৰাখি- বই গিব, নিশ্চয় নিশ্চয়। মই। “কিনো খাটানটা অগেয়ে শুনোৱেইচোন?" অলহী। অনিব তো। শুনাম বুলিয়েই আহিছে। অৱশ্যে আপুনি জানেই যে আলহী সোধটো গৃহস্থৰ কৰ্তব্য কাম। সেইটো কথা আৰু আপোনাৰ নিচিন। বিজ্ঞ লোকক কোৱাটো সবৰ ভাগ। অতিৰিক বিমুখ কৰাটো পাপ, সেইটোও অপোনাক সোৱৰাই দিবলৈ গলে অসম্মান কৰা হব। অতিথি বিলমনোপথ থৈ উভতি গলে যে সেই পাপে গৃহক ৰে- যৌ নৰক পৰ্য্যন্ত “পহুচাই” দিয়ে সেইটোও মই বিশেষকৈ আপোনাক সকিয়াব নোেখোজ। সেইদেখিহে কৈছে, আপুনি মোক বিমুখ কৰিব নোৱাৰে।"
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮৬
অৱয়ব