বাঁহী। | শঙ্কৰ, সংখ অৰি। নহলে, এসে বৰ বাৰী বাগিছা টকা পয়সা কাৰে সৈতে যাই ভোগ কৰিম? এই কথাটো কবলৈ যদিও মই পিছলৈ থৈছিলে; এইটো কি মাই কথা।” সই। “কব, অৰ, অবৎ, অবৎ!” আপহী। “পেলাই নকৰিব। ই গেংলাইৰ কথা নহয়। গধুৰ কথা ঠাট্টা কৰি উৰাই দিবলৈ খোৱাটো অভদ্ৰতা। আৰু সি কেতিয়াও মুৰেও। মানুহক টুটুৱাই খাকি কুখ উপভোগ কৰাটো কোনো কোনো পক্ষ ৰঙৰ কপা হব পাৰে কিন্তু যাক উটুৱাই থকা যায় তা প্ৰতি সেইটোৰ নিষ্ঠ ব? আপুনি পাহৰিলে নে কি, কত ঠাইত কত বা কত দিন তেমে ছোৱালীৰ ফালে আকুল প্ৰাণেৰে হেঁপাহৰ চকুৰে লোভ টুকি টুকি চাবলৈ আপূনি মোক উটোই দিছিন? সেইবোৰ কথা আজি পাহৰিলে বৰ দুখৰ এক পা ধৰ। আন নহলে আপোনাৰ নিজৰ সন্মান ৰক্ষাৰ নিমিত্তেও সেই কথা আপুনি পাৰাটো উচিত নহয়। আপুনি ভদ্ৰলোক, ধাৰ্মিক, সত্যবাদী খুলি আপোনাৰ সুখ্যাতি আছে; এনে স্থলত বহু পৰিশ্ৰমেৰে উপাৰ্জিত সেইবোৰ থিতাতে আপুনি বলিয়াই পেলোৱাটো উচিত নে? আপুনি মোক গছত তুলি তাৰ শুৰিডাল কাটিবলৈ যোৱাটো যে অমৰ কথা হব, সেইটো আপোনাৰ মনত খোলোৱা নাই মে?” | মই। আপুনি কি বলকিছে? কিবা ৰাগী-টাৰ্মি লগাই আহিছে লে কি? মই আপোনাক তেনে কামলৈ কেতিয়া উচটাইছিলে? কি গুয়ানক মিছা কথা?” আলহী। “অপো মিছা নহয়। এখাননা মিছা নহয়। উচটাই- ছিল। উচটাই শোেক পচি দিছিল। কত দিন, কত বাৰ, তাৰ লেখ- লাখ নাই। আপুনি এটাইবোৰ পাহৰিছে; পাহৰা উচিত নয়। এই কেতিয়াও মিছা কথা নকওঁ, আৰু কোৱা নাই। মই মিছা কথাৰ মানুহ হওঁ। আপুনিও যিহা কৈছে বুলি মই নকওঁ;আপুনি মাথোন পাহৰিছে। কল সেইটোলৈ মোক উচটোৱা হে লাগে, কত কামলৈ, তেনেকুৱা আৰু আন কত বিষৰ কাষলৈ আপুনি যোক সতে উচটাই পঠিয়াই এই কি আঁৰত থিয় দি ৰ চাহনি তাৰীশং মাইনে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮৮
অৱয়ব