পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেবা দীনবন্ধু তযু পাৱে, কৰিছোঁ কাকুতি ভক্তিভাৱে, কৰা অনাথিনী অসম মাতৃক দায়া॥ ললিত—আড়াঠেকা। ক’তে নো মৰোঁ, চেনেহৰ আই, পিন্ধিছা জিগিনি কানি। আজি অনাথিনী, চিৰিলি চিৰিলি, সাজ দেহব ঢাকনী॥ - তোমাৰ শত শত ল'ৰা, ই দুৰ্দ্দশী কিহৰ পৰা, ( হেৰা মৰমৰ আই।) তোমাৰ যত ল’ৰা, মতিগতি হীন, নেভাবে তিলেক্ জননী। নেদেখোঁ যেন, শোকৰ পট, ইটো হাঁয় অসহনি | — তুল্কসুৰ – একতাল। অসম মাতৃ।— এনুৱা বিলাই, অসম পুত্ৰ। — চেনেহৰ আই, দেখিছা বোপাই, কিয়নো নকৰ। কাণ। নাই এটি পাই, নাই ভঁৰালত ধান॥