পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৮ ) ঝিঝিট—দাদ্ৰা । আশাব-কুলিয়ে গায় সুললিত কুউ-গান । ৰিণি ৰিণি আহে মাত, লাগে কিনো চেঁচা কাণ ॥ সুখৰ বসন্ত-বাৱ, সুধীৰ মলয়া বাৱ, দূৰ ৰাজ্য এৰি ভাই আহি দিয়ে সুখ-জান ॥ নিৰাশাৰ শীত-কাল, নেথাকিব চিৰকাল, এই যে আমৰ ডাল, তাতে কুলি লব থান ॥ হিন্দুস্থানী—গজল । সবেৰে মে আসামীয়া আনন্দ কৰে৷ হো। আনন্দ কৰোঁ হো, আনন্দ কৰে৷ হো ৰাত্ কাটালিয়া, সূৰ্জ, নিকাল গিয়া, S আভি পেৰেযাণ মত্ হো, দিল্‌ থোস্ কৰোঁ হো ॥ জংলা—থেম্‌টা । নাচে বুকুৰ মাজে অশাৰ পথিলা। উলাহী পথিলা বোৰ বঙ্গা ক'লা নীলা ॥