পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৫ ) পরমার্থ নাই কাম বিনে ভাই । কায়েহে তোমাৰ বান্ধৱ প্রিয়। যেতিয়া তোমাৰ কামেই জিৰণি, যি দিনা হে কাম তোমাৰ টোপনি ; সি দিনা লভিবা স্বৰ্গ, মোক্ষধান— আগতে দেখিবা জগত-জীৱ । ঘূৰোৱ৷ উলাহে কামৰ চকৰি ; নৰবা, লগতে যোৱা খোজ কাঢ়ি। ঘূৰিছে পৃথিবী কিবা দিন-বাতি, তুমি নো জিৰাব লাগিছে কিয় ? ইংৰাজী বণুৱ| সুৰ ৷ ণ-ধ্বজা ধৰি যাওঁ । শত্রু দেখি, নকৰিবা ভয়, বীৰ-সাজেৰে আগুৱাওঁ । কোনে পাৰে জিনিব, বীৰ-সাজেৰে আগুৱাওঁ ॥ ইমন্ কল্যাণ—আড়াঠেকা। সুন্দৰ অসম ৰাজ্য, প্ৰকৃতিৰ পুণ্য-ভূমি । কাষত পৰ্ব্বত-শ্ৰেণী ধৰিছা মোহ তুমি ৷৷