পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৪ ) ইকৰা বঠালৈ নকবা কাণ, ঈশ্বৰে তাব্বি নেপাহৰা যেন, একে মাতে-মতা, প্ৰাৰ্থনাৰ বল, ইবেলি জানিবা, অঁজলা ভাই ॥ ঝিঝিট খাম্বাজ–পোস্তা। আহ৷ বন্ধু বাহু মেলি যাওঁ কৰ্ত্তব্যৰ পিনে। মাতে সভ্যতাৰ বাঁহী একেৰাহে বাতি দিনে সংসাৰ বলিয়া শুনি, আজি এই বাঁহী-ধ্বনি, কিয় আমি সুখ-বাঁহী, শুনিও নুশুনে| কাণে ॥ অহং—একতাল। উঠি কাম কৰাঁ, কামী কলিযুগ। কামেই অমৃত, কাম সুখ-ভোগ। কামৰ উদ্দেশে মানুহ-জীবন। কাম অৱহেলা কৰিছা কিয় ? সংসাৰী ধৰম জানি লোৱা কাম । কামেই তোমাৰ পুৰুষালি নাম।