পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৩ ) ইমানতে ভাই চোৱঁ৷ চকুমেলি, কানি ধোৱা-খোৱা পেলোৱ৷ কাটি ॥ হুৱঁৰি তোমাৰ এনুৱা বিলাই, যাব খোজে হাঁয় বুকু যে ফাটি । পেলোৱ৷ এছাৰ মাৰি সোৰোপালি, নেথাকিব| আৰু হাত সাবটি ॥ সকলোৱে কাম কৰাঁ একমনে, পুৱাৰ তেতিয়া দুখৰ ৰাতি। নহলে নিশ্চয় অভিধান মেলি, নেপাবা আৰু অসমীয়া জাতি ॥ সিন্ধু ভৈৰবী—একতাল। অঠাই-সাগৰত, পটুৱাৰ ভুৰ, উটুৱাই দিছোঁ, কেনেকৈ যায়। থৰ থৰি কঁপে ঢউৰ মাজত, কান্দিছে পৰাণ আশঙ্কা মনত, বাউসী বলেৰে,লগৰীয়া বোৰে,বঠামাবি বলা আশঙ্কা নাই ৷