পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

TH ( ২২ ) হাৰ৷ যদি তুমি, হব৷ স্বৰ্গগামী, কিয় হোৱ৷ আধামৰা আধাজীয়া ॥ মৰিলে মৰিবা, জীয়। যদি জীবা, কেলেপ, জেলেপ গুচি হোৱা এদনীয়া । অহং—একতালা উঠ। একে চিপে অসমীয়া ভাই, বান্ধ। কঁকালত টঙ্গালি আঁটি । লোৱা বীৰ সাজ, দিয়া দলিয়াই, কেঁচুৱা ল'ৰাৰ ঘাগৰি-গাতি ৷৷ ৰণ-ধ্বজা ধৰি বলা আগুৱাই, তেজাল-খোজত কঁপোক মাটি । জানি লোৱাঁ ভাই এৰিবৰ হল, গুণা ধনিয়াৰ লাহৰি ছাটি ॥ উঠি কাম কৰাঁ, এৰি দিয়া তুমি, জুহাল গুৰিব কলা-ঘুমটি ।