পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 21 ) মিৰি গাৰো আঁকা, শ্যামা লথা নগা, সকলো উঠিছে নেপালী থাছিয়া ॥ নোগোটালে উঠি, ইবেলি এমুঠি, কিনো খাবা ককাই হলে দুপৰীয়া ॥ কত একাদশী, কৰিবা আঁউসী, টানিব কিমান দিন দেহা লঘোনীয়া ৷৷ অথিৰ-অবিৰ হবা, উটিবা-বুৰিবা, বাগিচ৷ কুলিৰে| হবা মগনীয়া ॥ হেৰুৱাবা মৰ্জাত, নেপাই জীৱনৰ ভাত, অজাতি বিদেশীৰ হবা বহতীয়া ৷৷ চোৱাঁ বেৰে দিনি, বদৰ জিলিঙ্গনি, কাবৌটি কৰিছে। উঠ। অসমীয়া ৷৷ ৰণুৱা গীতেৰে, যুজিবা তেজেৰে, জিকিব পাৰিলে হব৷ বিনন্দীয়া ৷৷