পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৮) ৰামকেলী—আড়াঠেকা। কিবা শঙ্কা ভ্রান্তি ভয়, মিলি কৰোঁ কাম ৷ গুচিব চিব কলঙ্ক, আৰু সোবোপালি নাম ৷ লাগি আছে চোৱ৷ গাত, এতিয়াও দুই হাত, আহা ভাই কৰা কাম, সুখ শান্তি পাম ॥ ঝিঁঝিট—একতাল আই৷ আজি আমি বন্ধু সবে মিলি, উলাহেৰে গাওঁ একতাৰ গীত। নহলে জানিবা অসমীয়া জাতি, নেথাকিব আৰু এই পৃথিবীত ॥ পুৰুবে পছিমে উত্তবে দক্ষিণে, সজাগ হইছে জগতৰ জাতি । আমি অসমীয়া বুজিছে৷ মাথোন ভেম, কানি আৰু এলেহুৱ| বাতি ॥ এতেকে হে ভাই একতা-ডোলত, আহঁ৷ বন্দী হওঁ সবে হাঁহি মাতি । এজনে নোৱাৰে সাধিব যি কাম, বহুতে কৰিব “াৰোঁ জুম পাতি ॥