পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিবা কুলক্ষণ, ( ১৫ ) কৰিছোঁ ক্ৰদন, যেন যাতনা যাদৱ যাব যত ॥ অহং কালেংড়া—পোস্তা। মনৰ লুকুৱা কথা, আজি কওঁ তোমাক সখি। এতেদিনে আছিলোঁ হে যতনেবে তাকে ৰখি ॥ অসমীয়াৰ নাম লুকাব, জানিবা সথি স্বৰূপ, ঈমন বেহাগ—একতালা। যায় হে যায়, ই মোৰ পৰাণ, পাৰিলে ৰাখি দিয়া। চিন্তা জুইয়ে আগুবিলে, গোটেই মোৰ কোমল হিয়া ॥ দেহাৰ পোৰণি ধৰে, জানে৷ আজি পৰাণ মৰে, বন্ধুবৰ্গ আইঁ৷ চাপি, আজি সৰুৱাই নিয়৷ ॥ ভৈৰব—ঠুংৰী । জয় দীন তাৰণ, প্রভু নাৰায়ণ, স্তুতি-নতি কৰোঁ কিবা হে। আমি সবে আতি, ক্ষীণ মূৰ্খ জাতি, ক্বপা বিতৰণ কৰিবা হে ॥ কৰ্ম্ম-চক্ৰ ঘূৰি, হেৰা চক্ৰধাৰী, মাৰিছে আমাৰ পৰাণ হে । দীন হীন জানি, সিঁচি দয়া পানী, ৰক্ষা কৰ৷ ভগৱান হে ॥