পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১২ ) ঈশ্বৰক স্তুতি কৰি বুকু ডাঠি লোৱা । এই বেলি অসমীয়া পলোৱ| পলোৱ1॥ আলিয়া—মধ্যমান । অজলা হরিণ, শুনি আজি বীণ, কিয় তুমি আছা, ভেব! লাগি চাই।-- নেজানা ই বীণ, তোমাৰ মৃত্যু-বীণ, কিয় মন্ত্ৰ মুগ্ধ, যোৱ৷ হে পলাই ॥ বলে কিছু পৰ, আহি চোকা শৰ, বিন্ধিব তোমাৰ, সুকোমল কাঁয়া ৷ এই বীণ-ধাৰী, তোমাৰ চিৰ-অৰি, ব্যাধ নাম যাব, নাই দয়া-মায়া ॥ বেহাগ—আড়ণ্বেম্‌ট।। অসম-আকাশ আজি, ডাৱৰে ছাটি পেলায়। দিনতে এন্ধাৰ হল, একোকে দেখা নেযায় ॥ মাৰিছে মেঘে গাজনি, উঠিছে বুকু-কঁপনি, কি কৰে৷ কলই যাওঁ, নেদেখোঁ একো উপায়। (1 -