এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)
(আমাৰ কপালত;)
(আনিবা বাতৰি পাছে।)
সি বাতৰি হায়, ভাবি এতিয়াই, ফুটে বুকু শত বাণে॥
দুৰ্গাবৰী—গীত।
| দিহা।— | (এহে) ইবেলি তোমাৰ মই (হে) নেদেখিছোঁ ভাল। তোমাক কৰিব বন্দী, পাতে পন্থজাল॥ |
| পদ।— | নেদেখিছা অসমীয়া, ব্যাধ সাৰি সাৰি। পাৰিবা নে ইমানতো যাব তুমি সাৰি॥ |