পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 2 ) নাহি নিকালে মু’মে বাত্‌, জান্ যায়েগা থোৰি বাদ, কোনি কাম কৰোঁ বলাও, কাঁহা দানা মিলে যে ! কীৰ্ত্তন—তুক্কসুৰ ৷ ক্ষণে কান্দে প্রাণ, তুমি দয়াধাৰ, কিয় হেবা দয়ামণি। ক্ষীণ-কণ্ঠ বাণী, . তাৰিবা দুখুনী জানী ॥ তুমি বিনে মোৰ, নাহি পৰিত্ৰাণ, কাতৰে কৰে৷ প্ৰণতি । চোৱা লৰাবোৰ, কৰুণা সাগৰ, মাবি নিয়৷ মোক, শুনা পদ্ম-পাণি গুচাব কোনে বিপত্তি ॥ - এনুৱা দুৰ্ঘোৰ, কান্দে ক্ষুধাতুৰ হই ৷ আছে যত মোৰ তেহে যাব শোক, নোৱাৰে৷ স’ব বিলাই ॥