পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 6 ) অসম মাতৃ।—শিকি লোৱাঁ দেই, 4 একতা মুক্তি-দুৱাৰ৷ অসম পুত্ৰ।— জানিলোঁ জানিলোঁ, তোমাৰ বুদ্ধি হে সাব অসম মাতৃ।—ভজা দেৱহবি, অসম পুত্ৰ।—ললে। হে তোমাৰ বুদ্ধি। অসম মাতৃ1 — চিৰ্জীবি হোৱা, গুপ্ত মন্ত্ৰ এই, একতা ধৰিলোঁ, হব মনোথ সিদ্ধি॥ ধৰা “এক্” জৰি, কিয় এনে, মনে মনে, উপদেশ লোৱা, আশা যোগীয়া—একতাল। তুমি নে অসম দুখিনী। কিবা হৃদি কথা গুণি॥ দীন হীন বেশে, কিন্তু এনে পুণ্য দেশে, অনাথিনী শোকাতুৰা, পুত্ৰ বন্ধু তোমাৰ কেনি খাম্বাজ—কাশ্মীৰী থেম্‌টা। আজো মেৰে প্যাৰা মাই, ভুথামে মৰ, গেঁইও ৰে। ভুখামে মৰ, গেইও মেৰে গৰিব আসাম মাই বে