এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
বহল ব্যাকৰণ।
| বিভক্তি | একবচন | বহুবচন | ||
| চতুৰ্থী | পোলৈ পোক |
পোবিলাকলৈ পোবিলাকক | ||
| পঞ্চমী | পোৰ পৰা | পোবিলাকৰ পৰা | ||
| ষষ্ঠী | পোৰ | পোবিলাকৰ | ||
| সপ্তমী | পোত | পোবিলাকত |
ঔ-কাৰান্ত শব্দ — মৌ।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | মৌৱে | মৌবিলাকে | ||
| দ্বিতীয়া | মৌক | মৌবিলাকক | ||
| তৃতীয়া | মৌৰে, মৌৱেৰে মৌদি, মৌৱেদি |
মৌবিলাকেৰে মৌবিলাকেদি | ||
| চতুৰ্থী | মৌলৈ মৌক |
মৌবিলাকলৈ মৌবিলাকক | ||
| পঞ্চমী | মৌৰ পৰা | মৌবিলাকৰ পৰা | ||
| ষষ্ঠী | মৌৰ | মৌবিলাকৰ | ||
| সপ্তমী | মৌত | মৌবিলাকত |