এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
বহল ব্যাকৰণ
| বিভক্তি | একবচন | বহুবচন | ||
| তৃতীয়া | মুদৈৰে, মুদৈয়েৰে মুদৈদি, মুদৈয়েদি |
মুদৈবিলাকেৰে মুদৈবিলাকেদি | ||
| চতুৰ্থী | মুদৈলৈ মুদৈক |
মুদৈবিলাকলৈ মুদৈবিলাকক | ||
| পঞ্চমী | মুদৈৰ পৰা | মুদৈবিলাকৰ পৰা | ||
| ষষ্ঠী | মুদৈৰ | মুদৈবিলাকৰ | ||
| সপ্তমী | মুদৈত | মুদৈবিলাকত |
ও-কাৰান্ত শব্দ—পো।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | পোৱে | পোবিলাকে | ||
| দ্বিতীয়া | পোক | পোবিলাকক | ||
| তৃতীয়া | পোৰে, পোৱেৰে পোদি, পোৱেদি |
পোবিলাকেৰে পোবিলাকেদি |