এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
| বিভক্তি | একবচন | বহুবচন | ||
| ষষ্ঠী | লৰাৰ | লৰাবিলাকৰ | ||
| সপ্তমী | লৰাত | লৰাবিলাকত |
ই-কাৰান্ত শব্দ—বালি।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | বালিয়ে | বালিবিলাকে | ||
| দ্বিতীয়া | বালিক | বালিবিলাকক | ||
| তৃতীয়া | বালিৰে, বালিয়েৰে বালিদি, বালিয়েদি |
বালিবিলাকেৰে বালিবিলাকেদি | ||
| চতুৰ্থী | বালিলৈ বালিক |
বালিবিলাকলৈ বালিবিলাকক | ||
| পঞ্চমী | বালিৰ পৰা | বালিবিলাকৰ পৰা | ||
| ষষ্ঠী | বালিৰ | বালিবিলাকৰ | ||
| সপ্তমী | বালিত | বালিবিলাকত |
ঈ-কাৰান্ত আৰু ঋ-কাৰান্ত শব্দৰ ৰূপো ই-কাৰান্ত শব্দৰ নিচিনা হয়।